ETV Bharat / state

ই ভি এম ব্যৱস্থাৰ ওপৰত সন্দেহঃ উপমন্যু হাজৰিকা - উপমন্যু হাজৰিকা

নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমখন সংবাদমেল সম্বোধন উপমন্যু হাজৰিকাৰ ৷ সংবাদমেলত নৱ নিৰ্বাচিত সাংসদক অভিনন্দন হাজৰিকাৰ ৷

ই ভি এম ব্যৱস্থাৰ ওপৰত সন্দেহঃ উপমন্যু হাজৰিকাৰ
author img

By

Published : May 26, 2019, 8:52 PM IST

গুৱাহাটী, 26 মে’: গুৱাহাটীত উপমন্যু হাজৰিকাৰ সংবাদমেল ৷ নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমখন সংবাদমেল উপমন্যু হাজৰিকাৰ ৷ সংবাদমেলত নৱ নিৰ্বাচিত সাংসদ সকলক অভিনন্দন জনোৱাৰ লগতে খিলঞ্জীয়াৰ সমস্যা সমূহ সদনত উত্থাপন কৰাৰ আহ্বান উপমন্যু হাজৰিকাৰ । নিৰ্বাচনত তৃতীয় স্থানত থমকিলেও কোনো আক্ষেপ নাই বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই । অৱশ্যে নিৰ্বাচনত তিনিটা সমষ্টিত কম সংখ্যক ভোট পোৱাক লৈ আশ্চৰ্য প্ৰকাশ নিৰ্দলয়ী প্ৰাৰ্থীগৰাকীৰ ।

ই ভি এম ব্যৱস্থাৰ ওপৰত সন্দেহঃ উপমন্যু হাজৰিকাৰ

যি ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ হৈছিল সেই অনুপাতে কেৱল 21 হাজাৰ ভোট পোৱাটো সম্পূৰ্ণ আশ্চৰ্যজনক বুলি উল্লেখ কৰি ই ভি এমৰ ওপৰত সন্দেহ প্ৰকাশ কৰে উপমন্যু হাজৰিকাই । পৃথিৱীৰ বহু দেশত যেনে ফ্ৰাঞ্চ, জাৰ্মানী আদিত নিষিদ্ধ কৰা হৈছে ই ভি এম মেচিন । ই ভি এম মেচিনক লৈ ইয়াৰ পূৰ্বেও বহুবাৰৰ অভিযোগ উত্থাপন হৈছে গতিকে বেলট পেপাৰ নিৰ্বাচন পদ্ধতিলৈ উভতি গ’লে কাৰো অসুবিধা হ’ব নালাগে বুলিও কয় হাজৰিকাই ৷

লগতে চাওকঃ তৃতীয় সন্তানক সকলো সা-সুবিধাৰ পৰা বঞ্চিত কৰা উচিতঃ বাবা ৰামদেৱ

Intro:নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথম খন সংবাদমেল সম্বোধন কৰিলে উপমন্যু হাজৰিকাই।যিসকলে সাংসদ হৈছে সকলোকে অভিনন্দন উপমন্যু হাজৰিকাৰ ।খিলঞ্জীয়া সমস্যা সমূহ সদনত উত্থাপনৰ বাবে অনুৰোধ তেখেতৰ। নিৰ্বাচনত তৃতীয় স্থান পালেও কোনো আক্ষেপ নাই উপমন্যু হাজৰিকাৰ। কিন্তু নিৰ্বাচনত ইমান কম ভোট পোৱা টো তেখেতৰ বাবে আশ্চৰ্য জনক।যি ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ হৈছিল সেই অনুপাতে 21 হাজাৰ ভোট পোৱা টো সম্পূৰ্ণ আশ্চৰ্য জনক তেখেতৰ বাবে।

Body:ই ভি এমৰ ওপৰত ভৰসা নাই উপমন্যু হাজৰিকাৰ। প্ৰচাৰ চলাওঁতে মানুহৰ মাজত বি জে পিৰ ঢৌ দেখা নাছিল যদিও ফলাফলত যি দৰে ভোট পাইছে সেই লৈ সন্দেহ উপমন্যু হাজৰিকাৰ। পৃথিৱীৰ বহু দেশত যেনে ফ্ৰাঞ্চ, জাৰ্মানী আদি বহুত ঠাইত নিষিদ্ধ কৰা হৈছে ই ভি এম মেচিন।যদি ই ভি এম মেচিন অনাগত দিনত ব্যৱহাৰ কৰা হয় তেন্তে বাৰে বাৰে এনেধৰণৰ ফলাফল পাব প্ৰতিটো ৰাজনৈতিক দলে।

Conclusion:visual send by ftp
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.