Iকোকৰাঝাৰ, 9 মাৰ্চঃ কোকৰাঝাৰত আটক দুই বাইক চোৰ ৷ চিচিটিভিৰ ফুটেজত আৱদ্ধ হোৱা ফটোৰ আধাৰতে শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ কেইটাক ৷ চলিত মাহতে দহখনৰো অধিক মটৰ চাইকেল চুৰি হোৱা পাচতে কোকৰাঝাৰ আৰক্ষীয়ে মটৰ চাইকেল চোৰৰ বিৰুদ্ধে চলাইছিল অভিযান ৷ কোকৰাঝাৰ চহৰৰ এইচ ডি এফ চি বেংকত লাগি থকা চিচিটিভি ফুটেজত আবদ্ধ হোৱা ফকিৰাগ্ৰামৰ চানলাটাৰিৰ চাহাজাহান আলি আৰু বিলাসীপাৰা হাতিপুটাৰ মিহিৰ জামান বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে চোৰ দুজনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে দুখনকৈ মটৰ চাইকেল ৷
আনহাতে, কোকৰাঝাৰ আৰক্ষীয়ে চোৰ দুজনৰ বিৰুদ্ধে নিজাববীয়াকৈ 72/19 গোচৰ ৰুজু কৰি চোৰ দুজনক মাৰাথান জেৰা আৰম্ভ কৰে ৷
কোকৰাঝাৰত আটক দুখন বাইকসহ দুই চোৰ
চিচিটিভি ফুটেজৰ জড়িয়তে আটক কৰিবলৈ সক্ষম হয় চোৰকেইটাক
Iকোকৰাঝাৰ, 9 মাৰ্চঃ কোকৰাঝাৰত আটক দুই বাইক চোৰ ৷ চিচিটিভিৰ ফুটেজত আৱদ্ধ হোৱা ফটোৰ আধাৰতে শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ কেইটাক ৷ চলিত মাহতে দহখনৰো অধিক মটৰ চাইকেল চুৰি হোৱা পাচতে কোকৰাঝাৰ আৰক্ষীয়ে মটৰ চাইকেল চোৰৰ বিৰুদ্ধে চলাইছিল অভিযান ৷ কোকৰাঝাৰ চহৰৰ এইচ ডি এফ চি বেংকত লাগি থকা চিচিটিভি ফুটেজত আবদ্ধ হোৱা ফকিৰাগ্ৰামৰ চানলাটাৰিৰ চাহাজাহান আলি আৰু বিলাসীপাৰা হাতিপুটাৰ মিহিৰ জামান বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে চোৰ দুজনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে দুখনকৈ মটৰ চাইকেল ৷
আনহাতে, কোকৰাঝাৰ আৰক্ষীয়ে চোৰ দুজনৰ বিৰুদ্ধে নিজাববীয়াকৈ 72/19 গোচৰ ৰুজু কৰি চোৰ দুজনক মাৰাথান জেৰা আৰম্ভ কৰে ৷
কোকৰাঝাৰ ৯ মাৰ্চ :বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰত দিনকদিনে মটৰ চাইকেল চোৰৰ দোৰাত্ম বৃদ্ধি ৷ চহৰত গিজগিজাই থকা আৰক্ষীৰ মাজতো চোৰৰ অতপালি দুগুনে বৃদ্ধি ৷জিলাখনত চলিত মাহতে দহটাৰোধিক মটৰ চাইকেল চুৰি ৷বজাৰ হওক বেংক নাইবা কাৰ্যলয় হওক মটৰ চাইকেলক চোৰৰ কৱলৰ পৰা ৰক্ষা কৰিৱলৈ শংকিত বাইকৰ গ্ৰাহক ৷
Body:অৱশ্যে আৰক্ষীৰ কাষত মটৰ চাইকেল চুৰিৰ এজাহাৰ দিব গৈ ওলোটা মটৰ চাইকেলৰ গ্ৰাহকে চুৰিৰ চি চি টিভিৰ ভিডিও ফুটেজ আৰক্ষীক কেচেটলে জমা দিয়া আৰু চোৰক বিচাৰি স্বয়ং ভুক্তভোগী
গ্ৰাহকে চোৰক হাতে লোটে আৰক্ষীক চমজাই দিয়াৰ দলে নাভুত নাশ্ৰত ঘটনা এইখন কোকৰাঝাৰত সংঘটিত হোৱাকলৈ চাঞল্যৰ সৃষ্টি কৰিছে ৷সম্প্ৰতি কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ এইচ এফ ডি চি বেংকৰ কাষত চিচিটিভিৰ ফুটেজত আবদ্ধ হোৱা মটৰ চাইকেলৰ গভাইত চোৰ এজনক আটক কৰাৰ লগতে সহযোগী আন এজনও আৰক্ষীৰ আলহী হৈ পৰিছে ৷এওলোক ক্ৰমে ফকিৰাগ্ৰামৰ চানলাটাৰিৰ চাহাজাহান আলি(৪৫) আৰু আনজন সৰ্তীৰ্থ বিলাসীপাৰা হাতিপুটাৰ মিহিৰ জামান(৩১)বুলি জনা গৈছে ৷কোকৰাঝাৰ আৰক্ষীয়ে চোৰ দুটাৰ কৱলৰ পৰা দুখন গ্লেমাৰ মটৰ ্চাইকেল(এ এছ ২৬ ৮৭৫৫ আৰু এ এচ ১৬ ডি ৬৮৪৭)উদ্ধাৰ কৰিবৰ সক্ষম হৈছে ৷
Conclusion:জানিৱ দিয়া মতে,কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ নিবাসী আনোৱাৰ হুচেইনে নিজৰ এ এছ ২৬ ৮৭৫৫ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলখন এইচ এফ ডি চি বেংকৰ সন্মুখৰ পাৰ্কিংত ৰখাই কাম সন্ধানত গৈছিল ৷কিন্তু কিছু সময় পিছত উভতি আহি দেখে তেখেতৰ বাইকখন চুৰি হোৱা জানিৱ পাৰে ৷ ততালিকে কাষতে থকা চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰে আৰু ফুটেজত চোৰৰ ছৱি আৱদ্ধ হোৱা প্ৰত্যক্ষ হোৱাত আৰক্ষী থানাত ফুটেজৰ কেচেটসহ এজাহাৰ দিয়ে ৷কিন্তুু এসপ্তাহ পিছত অৰ্থাৎ যোৱা কালি আবেলি একেটা চোৰৰ স্হানতে চোৰজনে পিয়াপি দি থকা চুৰি মটৰ চাইকেলৰ গ্ৰাহক আনোৱাৰ হুচেইনে প্ৰত্যক্ষ কৰি আৰক্ষীৰ সহায়লৈ আটক কৰে ৷পিছত চোৰজনৰ স্বীকাৰোক্তিত মটৰ চাইকেল দুখনকৈ উদ্ধাৰ কৰাৰ লগতে গেংটোৰ আন এজন সহযোগীক ধুৱুৰী জিলাৰ বিলাসীপাৰাৰ চানলাটাৰীৰ পৰা মিহিৰ জামানক কৰায়ত্ত কৰিবৰ সক্ষম হয় কোকৰাঝাৰৰ আৰক্ষী ৷সদ্যহতে কোকৰাঝাৰ আৰক্ষীয়ে ৭২/১৯ মৰ্মে গোচৰ ৰুজু কৰি দুয়োজনক চক্ৰটোৰ আন সতীৰ্থৰ সন্ধান ওলাবলৈ মাৰাথন জেৰা