ETV Bharat / state

আৰম্ভ হ'ল ডিজাইন মহোৎসৱ, ঈষাণ্য-2019

দেশৰ আগশাৰীৰ Design শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু বিশেষজ্ঞ সকলে অংশ লৈছে আই আই টি গুৱাহাটীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ Design প্ৰদৰ্শনী

আই আই টি গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Design প্ৰদৰ্শনী
author img

By

Published : May 20, 2019, 12:40 PM IST

  • আই আই টি গুৱাহাটীত উৎসৱমুখৰ পৰিৱেশ
  • আই আই টি গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Design প্ৰদৰ্শনী
  • আৰম্ভ হ'ল ডিজাইন মহোৎসৱ, ঈষাণ্য-2019
  • Department of Designৰ ২০ বছৰ উপলক্ষে অনুষ্ঠিত হৈছে প্ৰদৰ্শনীখন
  • দেশৰ আগশাৰীৰ Design শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু বিশেষজ্ঞসকলে অংশ লৈছে প্ৰদৰ্শনীত
  • নতুন নতুন Designৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে সকলোকে
  • বৃহত্তম নদী দ্বীপ মাজুলীয়েও স্থান পাইছে প্ৰদৰ্শনীত
  • মাজুলীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা আই আই টিয়ানৰ
  • ৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰদৰ্শনী
  • ৰাজ্যৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও আমন্ত্ৰিত হৈছে এই প্ৰদৰ্শনীলৈ
  • নতুন নতুন উদ্ভাৱনেৰে নৱ প্ৰজন্মক আকৰ্ষণ কৰাৰ পৰিকল্পনা আই আই টি গুৱাহাটীৰ Department of Designৰ
  • প্ৰায় ৮০০ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ ল'ব প্ৰদৰ্শনীখনত

Slug-IIT GHY -national level design exhibition .
---------------------------------------
👉-আই আই টি গুৱাহাটীত উৎসৱ মুখৰ পৰিবেশ ।
👉আৰম্ভ হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ Design প্ৰদৰ্শনী ‌।

👉আই আই টি গুৱাহাটীৰ Department of Design ৰ ২০ বছৰ উপলক্ষে অনুষ্ঠিত হৈছে প্ৰদৰ্শনী খন ।

👉দেশৰ আগশাৰীৰ Design শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু বিষেশজ্ঞ সকলে অংশ লৈছে   প্ৰদৰ্শনীত ।

👉-Design ৰ নতুন নতুন উদ্ভাৱনে আকৰ্ষণ কৰিছে সকলোকে ।

👉-বৃহত্তম নদী দ্বীপ মাজুলীয়েও স্থান পাইছে প্ৰদৰ্শনীত ।

👉মাজুলীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা আই আই টীয়ানৰ 

👉৫ দিন ধৰি চলিব প্ৰদৰ্শনী খন ।

👉ৰাজ্যৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও আমন্ত্ৰিত হৈছে প্ৰদৰ্শনী  খনলৈ ।

👉Design ৰ নতুন নতুন উদ্ভাৱনৰে নৱ প্ৰজন্মক আকৰ্ষণ কৰাৰ পৰিকল্পনা আই আই টি গুৱাহাটীৰ Department of Designৰ ।

👉৮০০ ছাত্ৰ ছাত্ৰীয়ে অংশ ল'ৱ প্ৰদৰ্শনীখনত ।👉 ডিজাইন মহোৎসৱ, ঈষাণ্য-২০১ঌ-আৰম্ভ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.