এছ এফ আইৰ 'দিল্লীলৈ বলক' - press meet
১৮ ফেব্ৰুৱাৰীত সংগঠনটোৰ এই কাৰ্যসূচী
SFI
Intro:গুৱাহাটী প্ৰেছ ক্লাবত SFI ৰ সংবাদমেল
Body:শিক্ষা, গণতন্ত্ৰ আৰু দেশ ৰক্ষাৰ অৰ্থে ভাৰতৰ ছাত্ৰ ফেডাৰেচনে ক্ষোভ প্ৰকাশ কৰি 18 (ওঠৰ)ফেব্ৰুৱাৰী ত দিল্লীলৈ যাও বলক কাৰ্যসূচী হাতত লৈছে ।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা অৱগত কৰাৰ লগতে অসমৰ বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ বাস্তৱ কেতবোৰ ছবি উদঙাই দিয়ে ।তেওঁ লোকৰ স্পষ্ট কথা কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ কথা যিমানেই নক ওক কিয় অসমৰ এই সমূহ শিক্ষানুষ্ঠানৰ বৰ্তমান ৰ পৰিস্থিতি য়ে বিপৰীত ছবি খন দেখুৱাই দিছে ।বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়,যোৰহাট অভিযান্ত্ৰিক বিশ্ববিদ্যালয়কে আদি কৰি বহু প্ৰতিষ্ঠানত নাই পৰ্যাপ্ত অধ্যাপক ।কিন্তু এই পদ সমূহ পূৰনৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ক্ষোভ উজাৰে সংগঠনটোৱে ।ইমানেই নহয় প্ৰায় সমূহ শিক্ষানুষ্ঠানতে খালী হৈ আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদো গতিকে তেওঁ লোকৰ দাবী অতি শীঘ্ৰে চৰকাৰে এই সমূহ খালী পদ পূৰণ কৰক ।
Conclusion:লিপিকা ডেকা ।গুৱাহাটী