ETV Bharat / state

নিৰ্মাণৰ পাচতো মুকলি নহ’ল বিজনীৰ পকী দলং - চিৰাং

পকী দলং থকাৰ পাচতো মৰণত শৰণ দি যাতায়ত অব্যাহত স্থানীয় ৰাইজৰ

bijni 1
author img

By

Published : Mar 3, 2019, 1:24 PM IST

চিৰাং, ৩ মাৰ্চ: ৰাইজৰ দাবীৰ ফলত পকী দলং নিৰ্মাণ হ’ল যদিও বৰ্তমানলৈকে মুকলি কৰিবলৈহে আহৰি নহ’ল বিভাগীয় কৰ্তৃপক্ষৰ ৷ আমি ক’বলৈ লৈছো চিৰাঙৰ বিজনীৰ এখন দলঙৰ কথা ৷ পকী দলঙৰ কাম সম্পূৰ্ণ হ’ল যদিও কাষতে থকা বাঁহৰ দলঙেৰেই মৰণত শৰণ দি যাতায়ত অব্যাহত ৰাখিছে হাজাৰোধিক লোকে ৷

bijni

উল্লেখ্য যে, চিৰাং আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বিজনীৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত এখন পকী দলং লাভ কৰে যদিও বৰ্তমানলৈকে যাতায়তৰ বাবে মুকলি কৰি নিদিলে দলঙখন ৷ বিগত বহু মাহ ধৰি দলঙখন মুকলি কৰিবলৈ স্থানীয় বিধায়কক দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই ৷ পকী দলং থকাৰ পাচতো ৰাইজে বাঁহৰ দলঙেৰে বিপদ সংকুল যাত্ৰা কৰিবলগীয়াত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰে । জিলা প্ৰশাসনে শীঘ্ৰে ৰাইজৰ যাতায়তৰ বাবে দলঙখন মুকলি নকৰিলে আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ আছুৰ ৷

Intro:এয়া চিৰাং জিলাৰ বিজনীৰ পুৰণি বিজনীৰ দোলানী নদীৰ ওপৰত থকা দলঙৰ দৃশ‍্য । নিতৌ হেজাৰোধিক লোকে কিমান ভয়াবহভাৱে যাতায়ায কৰে এবাৰ দৃশ‍্যটো প্ৰত‍্যক্ষ কৰক । গাৰ নোম শিয়ৰি উঠিব । বিজনী বাসীৰ দীৰ্ঘদিনীয়া দাবীৰ পিচত দলং লাভ কৰিলে ঠিকে কিন্ত ৰাইজৰ যাতায়াতৰ বাবে মুকলিহে নহল দলং খন । পকী দলং থকাৰ পিচতো জিলা প্ৰশাসনে ৰাইজৰ যাতায়াতৰ বাবে মুকলি নকৰিলে এইখন দলং। যাৰ বাবে মৰনক শৰন দি পথচাৰীয়ে যাতায়াত কৰিবলগীয়া হয় এক মাত্ৰ দলং খনেৰে ।

বাইট : পথচাৰীৰ বাইট আৰু বিজনী আঞ্চলিক ছাত্র সন্থাৰ বাইট ।

চিৰাং-বঙাইগাঁও জিলাৰ সীমামুৰীয়া এইখন ঠাই যদিও কিন্ত চিৰাং জিলাত একেদৰে বিজনী বিধান সভা সমষ্ঠী মদিও বিজনী আৰু উত্তৰ অভয়াপুৰী বিধান সভা সমষ্ঠীৰ সীমামুৰীয়া অঞ্চল । সেয়ে কোনো এজন বিধায়কেই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট : পথচাৰীৰ বাইট আৰু বিজনী আঞ্চলিক ছাত্র সন্থাৰ বাইট ।

Conclusion:চিৰাং-বঙাইগাঁও জিলাৰ সীমামুৰীয়া এইখন ঠাই যদিও কিন্ত চিৰাং জিলাত একেদৰে বিজনী বিধান সভা সমষ্ঠী মদিও বিজনী আৰু উত্তৰ অভয়াপুৰী বিধান সভা সমষ্ঠীৰ সীমামুৰীয়া অঞ্চল । সেয়ে কোনো এজন বিধায়কেই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.