গুৱাহাটী, 25 মে': ৰাজ্যত অব্যাহত আছে অবৈধ চুলাইৰ বেহা । একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ চুকে কোণে বিক্ৰী কৰি আছে চুলাই । শনিবাৰে মহানগৰীৰ বিভিন্ন স্থানত অবৈধ চুলাইৰ বিৰুদ্ধে আৱকাৰী বিভাগে চলালে অভিযান । উজানবজাৰ, আঠগাঁও, ভূটনাথ কালীপুৰ আদি অঞ্চলত প্ৰায় ১০০ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে। তাৰোপৰি উজানবজাৰৰ পৰা অবৈধ চুলাই বিক্ৰীৰ অভিযোগত ৰেণু ডেকা মাহাতো নামৰ এগৰাকী মহিলাক আটক কৰে আবকাৰী বিভাগে ।
মহানগৰীৰ ভিন্ন স্থানত আবকাৰী বিভাগৰ অভিযান - আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান
উজানবজাৰ, আঠগাঁও, ভূটনাথ কালীপুৰ আদি অঞ্চলত প্ৰায় ১০০ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে
মহানগৰীৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান
গুৱাহাটী, 25 মে': ৰাজ্যত অব্যাহত আছে অবৈধ চুলাইৰ বেহা । একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ চুকে কোণে বিক্ৰী কৰি আছে চুলাই । শনিবাৰে মহানগৰীৰ বিভিন্ন স্থানত অবৈধ চুলাইৰ বিৰুদ্ধে আৱকাৰী বিভাগে চলালে অভিযান । উজানবজাৰ, আঠগাঁও, ভূটনাথ কালীপুৰ আদি অঞ্চলত প্ৰায় ১০০ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে। তাৰোপৰি উজানবজাৰৰ পৰা অবৈধ চুলাই বিক্ৰীৰ অভিযোগত ৰেণু ডেকা মাহাতো নামৰ এগৰাকী মহিলাক আটক কৰে আবকাৰী বিভাগে ।
Intro:বৰ্তমানো ৰাজ্যত অব্যাহত আছে অবৈধ চুলাই বেহা। একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ চুকে কোণে বিক্ৰী কৰি আছে চুলাই। শণিবাৰে মহানগৰীৰ বিভিন্ন এনে স্থানত অবৈধ চুলাইৰ বিৰুদ্ধে আৱকাৰী বিভাগে চলালে অভিযান। উজানবজাৰ, আঠগাঁও, ভূটনাথ কালীপুৰ আদি অঞ্চলত বিভাগটোৱে চলাই এই অভিযান। অভিযানত প্ৰায় ১০০ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে। তাৰোপৰি উজানবজাৰৰ পৰা অবৈধ চুলাই বিক্ৰীৰ অভিযোগত ৰেণু ডেকা মাহাতো নামৰ এগৰাকী মহিলাক আটক কৰে আৱকাৰী বিভাগে। ঘটনা সন্দৰ্ভত অসম আৱকাৰী আইনৰ অধীনত মহিলাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বিভাগে।Body:Hirul Haque Conclusion:Guwahati