ETV Bharat / state

মহানগৰীৰ ৰাজপথত গজৰাজৰ মুক্ত বিচৰণ

মঙলবাৰে আমচিং সংৰক্ষিত বনাঞ্চলৰ পৰা ৰাজপথলৈ ওলাই আহিল এটা হাতী ৷ কিছুসময়ৰ বাবে হাহাকাৰময় পৰিস্থিতি মহানগৰীৰ ৰাজপথ ৷ ৰাজপথত গজৰাজৰ বিচৰণত অসহায় বনবিভাগ ৷

গুৱাহাটীৰ ব্যস্ত ৰাজপথত বন্যহস্তীৰ বিচৰণ
author img

By

Published : Apr 30, 2019, 7:04 PM IST

Updated : Apr 30, 2019, 11:27 PM IST

গুৱাহাটী, ৩০এপ্ৰিলঃ মঙলবাৰে গুৱাহাটীৰ ব্যস্ত ৰাজপথত বন্যহস্তীৰ বিচৰণ ৷ মহানগৰীৰ জি এচ ৰ'ডত বন্যহস্তীৰ বিচৰণকলৈ হাহাকাৰ পৰিস্থিতি ৷ ৰাজীৱ ভৱনৰ সন্মুখত বনবিভাগৰ বিশাল বেৰিকেড ৷ আমচাং সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই আহিছিল হাতীটো ৷ পুৱাৰ ভাগত ছয়মাইল,পাঞ্জাবাৰীত বিচৰণ কৰা হাতীটোৱে বিয়লি ৰাজপথলৈ ওলাই আহি ত্ৰাসৰ সৃষ্টি কৰে ৷ ইপিনে গজৰাজৰ ৰাজপথ বিচৰণত অসহায় বনবিভাগে ইতিমধ্যে হাতীটোক ট্ৰেংকুলাইজ কৰি হাতীটো সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে হাতীটোৱে 2 খন ৱাল ভঙাৰ লগতে ৰাজপথত কেইবাখনো গাড়ী ক্ষতিগ্ৰস্ত কৰে ৷

Intro:Body:

GUWAHATI ELEPHANT TERROR

Conclusion:
Last Updated : Apr 30, 2019, 11:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.