ETV Bharat / state

অগপ আৰু বিজেপিৰ মিত্ৰতা অগণতান্ত্ৰিকঃ প্ৰফুল্ল কুমাৰ মহন্ত - BJP

দলৰ একাংশই গভীৰ ষড়যন্ত্ৰ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক এলাগী কৰাত নামি পৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

অগপ আৰু বিজেপিৰ মিত্ৰতা অগণতান্ত্ৰিক
author img

By

Published : Mar 14, 2019, 9:22 PM IST

গুৱাহাটী, 14 মাৰ্চঃ "অগপ আৰু বিজেপিৰ মিত্ৰতা অগণতান্ত্ৰিক । কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অবিহনে দুই তিনিজন নেতাই লৈছে এই সিদ্ধান্ত ।" বৃহস্পতিবাৰে মহানগৰীৰ ৰাজধানী ৰেচিডেঞ্চত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । দলৰ একাংশই গভীৰ ষড়যন্ত্ৰ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এলাগী কৰাত নামি পৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলৰ লগত পুনৰ মিত্ৰতা কৰাটো সহজভাবে ল'ব পৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । যাৰ বাবে বিজেপিৰ লগত মিত্ৰতা ত্যাগ কৰি অগপক অকলে প্ৰতিদ্বন্দিতা কৰিবলৈ আহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

প্ৰফুল্ল কুমাৰ মহন্ত সংবাদমেল

Intro:অগপ আৰু বিজেপিৰ মিত্ৰতা অগণতান্ত্ৰিক। কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অবিহনে দুই তিনিজন নেতাই লৈছে এই সিদ্ধান্ত। বৃহস্পতিবাৰে মহানগৰীৰ ৰাজধানী ৰেচিডেঞ্চত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। ইফালে দলৰ একাংশই গভীৰ ষড়যন্ত্ৰ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এলাগী কৰাত নামি পৰিছে।

Body:বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলৰ লগত পুণৰ মিত্ৰতা কৰাটো সহজভাবে ল'ব পৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। যাৰ বাবে মিত্ৰতা ত্যাগ কৰি অকলে প্ৰতিদ্বন্দিতা কৰিবলৈ আহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.