ETV Bharat / state

নলবাৰীত মন্ত্ৰী নব দলেৰ প্ৰতিমূৰ্তি দাহ - naba dole

মন্ত্ৰী নব দলে আৰু বিধায়ক অশোক শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত যুৱ কংগ্ৰেছ সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

nalbari
author img

By

Published : Mar 9, 2019, 9:44 PM IST

নলবাৰী, 9 মাৰ্চঃ ৰাজ্যত লাখ লাখ মেধাৱী নিৱনুৱাৰ বিপৰতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদসমূহত মন্ত্ৰী বিধায়কৰ আত্মীয়-কুটুম্বই নিযুক্তি লাভ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰীত ৷ মন্ত্ৰী নৱ দলে, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিজেপি নেতা-পালিনেতাৰ আত্মীয়-কুটুম্বই নিযুক্তি লাভ কৰাৰ পৰিপ্ৰেক্ষিত্ৰত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী সমষ্টিৰ যুৱ কংগ্ৰেছ সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ মন্ত্ৰী নব দলে আৰু বিধায়ক অশোক শৰ্মাৰ পত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে, দূৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনলীতাৰ কথা কোৱা বিজেপি চৰকাৰে নিজে এতিয়া দূৰ্নীতিত লিপ্ত হোৱা বুলিও অভিযোগ উত্থাপন কৰে ৷

Intro:Slug= Effigy Burn...9Mar..

V.O: সদ্য ঘোষিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদসমূহত তালিকাত পঞ্চায়ত মন্ত্ৰী নৱ দলে, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিজেপি নেতা-পালিনেতাৰ আত্মীয়-কুটুম্বই নিযুক্তি লাভ কৰাৰ পৰিপ্ৰেক্ষিত্ৰত গোটেই নিযুক্তি প্ৰক্ৰিয়াটোতে ব্যাপক দূৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে বিভিন্ন স্তৰত৷ আজি নলবাৰী সমষ্টিৰ যুৱ কংগ্ৰেছ সমিতি আৰু কৃষক মুক্তি সমিতিয়ে প্ৰতিমূৰ্তি দাহ কৰে পঞ্চায়ত-গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ।আনহাতে নিজ সমষ্টিত অশোক শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে কংগ্ৰেছে ৷ দূৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনলীতাৰ কথা কোৱা বিজেপি চৰকাৰে ক্ষুদ বিজেপি চৰকাৰে এতিয়া লিপ্ত হৈছে দূৰ্নীতি ত ৷ লাখ লাখ মেধাৱী নিৱনুৱাৰ বিপৰতে ৰাজ্য চৰকাৰ মন্ত্ৰী ,বিজেপিৰ নেতা পালিনেতা ৰ আত্মীয় তথা ঘনিষ্ঠ ই লাভ কৰিছে নিযুক্তি৷
এই নিযুক্তি কেলেঙ্কাৰী প্ৰক্ৰিয়াকলৈ জাঙুৰ খাই উঠিছে নলবাৰী সমষ্টিৰ যুৱ কংগ্ৰেছে ৷

Body:বাইটConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.