ETV Bharat / state

শীৰ্ষ আৰক্ষী বিষয়াৰে সঞ্চালক প্ৰধানৰ বৈঠক - ETV BHARAT

বৈঠকৰ পাছত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই প্ৰকাশ কৰামতে আলফা কেডাৰ বিজয় অসমৰ গ্ৰেপ্তাৰৰ পাছতে বহু গোপন তথ্য পোহৰলৈ আহিছে । প্ৰতিখন জিলাৰ আৰক্ষীৰ সহযোগতহে গুলাহাটী বিস্ফোৰণৰ অভিযুক্তক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে ।

শীৰ্ষ আৰক্ষী বিষয়াৰে কুলধৰ শইকীয়াৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : May 22, 2019, 8:39 PM IST

গুৱাহাটী, ২২ মে': মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শীৰ্ষ আৰক্ষী বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া । এই বৈঠকতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে উপস্থিত আৰক্ষী বিষয়াসকলে । বৈঠকৰ পাছত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই প্ৰকাশ কৰামতে আলফা কেডাৰ বিজয় অসমৰ গ্ৰেপ্তাৰৰ পাছতে বহু গোপন তথ্য পোহৰলৈ আহিছে । প্ৰতিখন জিলাৰ আৰক্ষীৰ সহযোগতহে গুলাহাটী বিস্ফোৰণৰ অভিযুক্তক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে ।

শীৰ্ষ আৰক্ষী বিষয়াৰে কুলধৰ শইকীয়াৰ গুৰুত্বপূৰ্ণ বৈঠক

সীমামূৰীয়া জিলাৰ আৰক্ষী অধীক্ষকসকলক সতৰ্ক কৰি দিয়াৰ লগতে অৰুণাচল আৰু নাগালেণ্ডৰ সীমাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি শইকীয়াই জনায় । ভোটগণনাৰ দিনটোৰ বাবেও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা বুলি জানিবলৈ দিয়ে সঞ্চালক প্ৰধানগৰাকীয়ে ।

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.