ETV Bharat / state

মহানগৰীত পালন ৰাষ্ট্ৰীয় ডেংগু দিৱস - KAMRUP (M)

সমগ্ৰ দেশৰ লগতে সমান্তৰালকৈ মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত পালন কৰা হয় ৰাষ্ট্ৰীয় ডেংগু দিৱস ৷ কামৰূপ মহানগৰৰ উদ্যোগত জিলা স্বাস্থ্য সমিতিয়ে উদযাপন কৰে এই দিৱস ।

মহানগৰীত পালন ৰাষ্ট্ৰীয় ডেংগু দিৱস
author img

By

Published : May 16, 2019, 5:42 PM IST

গুৱাহাটী,16 মে’: দেশযুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় ডেংগু দিৱস। সমান্তৰালকৈ মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত কামৰূপ মহানগৰৰ উদ্যোগত জিলা স্বাস্থ্য সমিতিয়ে উদযাপন কৰে ৰাষ্ট্ৰীয় ডেংগু দিৱস।

মহানগৰীত পালন ৰাষ্ট্ৰীয় ডেংগু দিৱস

উক্ত অনুষ্ঠানত উপস্থিত থাকে ডেংগু বিভাগ আৰু স্বাস্থ্য বিভাগৰ ডঃ উমেশ ফাংচুই, ডঃ পাৰ্চী চৌধুৰী,ডঃ কমেন্দ্ৰ নাথৰ লগতে বহু কেইজন চিকিৎসক আৰু কৰ্মচাৰী। এই অনুষ্ঠানতেই ডেংগুৰ সজাগতাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ৷ ডেংগু মহৰ প্ৰভাৱ মহানগৰ অঞ্চল সমূহত ৰোধ কৰিবলৈ সকলোকে নিজৰ-নিজৰ ওচৰৰ ঠাই সমূহ চাফ চিকুণকৈ ৰখাৰ বাবে অনুৰোধ জনায় বিভাগীয় কৰ্তৃপক্ষই।

Intro:আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস ।। মহানগৰীৰ মালিগাঁও বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া পেক্ষা গৃহত DISTRIC HEALTH SOCIETY কামৰূপ মহানগৰৰ উদ্যোগত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ডেংগু দিৱস ।। উক্ত অনুষ্ঠানত উপস্হিত থাকে ডেংগু বিভাগ আৰু স্বাস্থ্য বিভাগৰ ডঃ উমেশ ফাংচুই, ডঃ পাৰ্চী চৌধুৰী, ডঃ কমেন্দ্ৰ নাথৰ লগতে বহু কেইজন চিকিৎসক আৰু কৰ্মচাৰী সকল ।। ডেংগুৰ সজাগতাৰ বাবেও আলোচনা কৰা হয় উক্ত অনুষ্ঠানত ।। ডেংগু মহৰ প্ৰভাৱ মহানগৰ অঞ্চলত ।। তাৰ বাবে সকলো লোকক মহানগৰী খন চাফ চিকুণকৈ ৰখাৰ বাবে অনুৰোধ জনায় বিভাগীয় কৰ্তৃপক্ষই ।।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.