ETV Bharat / state

আৰক্ষী আয়ুক্ত কাৰ্যালয়ত সন্মানিত মিথুন দাস - Constable Mithun Das

তীব্ৰ বতাহ বৰষুণৰ মাজত কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ পৰিচয় দি নিজৰ দায়িত্ব পালন কৰিছিল মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ এইগৰাকী কনিষ্টবলে ।

মিথুন দাস
author img

By

Published : Apr 2, 2019, 7:55 PM IST

গুৱাহাটী, ২ এপ্ৰিলঃ প্ৰচণ্ড বতাহ বৰষুণৰ মাজত ঠিয় হৈ নিজৰ দায়িত্ব পালন কৰিছিল এগৰাকী কনিষ্টবলে । সেইগৰাকী হৈছে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰকনিষ্টবল মিথুন দাস ।

মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আজি সন্মানিত কৰা হয় মিথুন দাসক ।

মিথুন দাস

.

গুৱাহাটী, ২ এপ্ৰিলঃ প্ৰচণ্ড বতাহ বৰষুণৰ মাজত ঠিয় হৈ নিজৰ দায়িত্ব পালন কৰিছিল এগৰাকী কনিষ্টবলে । সেইগৰাকী হৈছে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰকনিষ্টবল মিথুন দাস ।

মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আজি সন্মানিত কৰা হয় মিথুন দাসক ।

মিথুন দাস

.

A_GHY_2APR_803_Mithun das award_VIS_BYT_AKASH


Anchore:: প্ৰচণ্ড বতাহ বৰষুনকো কেৰেপ নকৰি নিজৰ দায়িত্ব পালন কৰি দায়িত্ববোধৰ প্ৰমান দিছিল ট্ৰেফিক কনিষ্টবল মিথুন দাসে ৷ বশিষ্ঠৰ ভগ্ন ট্ৰেফিক পইন্টত বতাহ বৰষুনকো নেউচি দায়িত্ব পালন কৰা মিথুনক  মংগলবাৰে সন্মানিত কৰিলে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে ৷ 

Header::: মিথুনলৈ সন্মান
Gfx::: নিজৰ দায়িত্ববোধৰ পৰিচয় দি প্ৰশংসিত মিথুন
Gfx::: আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত সম্বৰ্ধনাৰে উপচালে 
Gfx::: মিথুনকলৈ গৌৰৱান্বিত অসম আৰক্ষী

VO::: নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দি সৰ্বজন প্ৰশংসিত হৈছে ট্ৰেফিক কনিষ্টবল মিঠুন দাস ৷ প্ৰচণ্ড বতাহ-বৰষুনকো নেওচি বশিষ্টৰ ৰাজপথত নিজৰ দায়িত্ব পালন কৰাৰ পাছতে প্ৰশংসাৰে উপচাইছে সাধাৰন জনতাৰ পৰা বিভাগীয় শীৰ্ষ বিষয়ালৈ ৷ মংগলবাৰে এইগৰাকী মিঠুন দাসক তেওঁৰ এনে কৰ্মৰ বাবে বিশেষ ভাৱে সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৷ জনসাধাৰনৰ সুবিধাৰ বাবে ৰ'দ বৰষুনকো কেৰেপ নকৰি দায়িত্ববোধৰ পৰিচয় দিয়া মিঠুনক লৈ গৌৰৱান্বিত হল মহানগৰ আৰক্ষী ৷ 
Byte- cp..
Vo-ইপিনে মহানগৰ আৰক্ষী ফালৰ পৰা এনেদৰে সম্বৰ্ধনা লাভ কৰি উৎফুল্লিত হৈ পৰিল মিঠুন দাস ৷
Byte-mithun.

Vo:: এয়াই অসম আৰক্ষী,প্ৰকৃতিৰ প্ৰত্যাহবান নেউচি জনহিতৰ বাবে উৎসৰ্গিত এটা জীৱন ৷ মিঠুন দাসে পুনৰ বাৰ সেই কথাকে প্ৰমান কৰিলে মহানগৰীৰ ৰাজপথত ৷ যাৰ বাবে সকলোৱে আজি মিঠুনক সন্মান জনালে এইদৰে ৷ লগতে উৎসাহ যোগালে আন সকলকো ৷

.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.