ETV Bharat / state

"বাজেট 2019"-এ সু-খবৰ কঢ়িয়াব অসমলৈ ! - nirmala sitaraman

সকলোৰে আশাত উপনীত হ'ব পাৰিবনে নিৰ্মলা সীতাৰমণৰ বাজেটে!

"বাজেট 2019"-এ সু-খবৰ কঢ়িয়াব অসমলৈ !
author img

By

Published : Jul 3, 2019, 4:45 PM IST

Updated : Jul 3, 2019, 5:41 PM IST

গুৱাহাটী, 3 জুলাইঃ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটৰ ওপৰত সকলোৱে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ ৷ পূৰ্বৰ তুলনাতকৈ কিমান ব্যতিক্ৰম হ'ব এই বাজেট ৷ সৰ্বসাধাৰণৰ পৰা মন্ত্ৰীলৈ, সকলোৰে অপেক্ষা উত্থাপিত হ'ব লগা বাজেটৰ ওপৰত ৷

সমগ্ৰ দেশতে এই বাজেটক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে কিন্তু ব্যতিক্ৰম নহয় অসমো ৷ অসম চৰকাৰৰ কেইবাগৰাকীও ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে অতি আশাৰে অপেক্ষা কৰিছে নিৰ্মলা সীতাৰমণৰ এই বাজেটখনলৈ ৷

বুধবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজ্যৰ দুই কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই বাজেটে অসমলৈ আশাৰ বতৰা কঢ়িয়াব বুলি উল্লেখ কৰে ৷

কি ক'লে সিদ্ধাৰ্থ ভট্টাচাৰ্যইঃ

প্ৰাথমিক শিক্ষা খণ্ড আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ বাবে এই কেন্দ্ৰীয় বাজেটে ভাল খবৰ কঢ়িয়াই আনিব বুলি তেওঁ আশাবাদী ৷

অসমলৈ সু-খবৰ কঢ়িয়াব "বাজেট 2019"-য়ে !

কি ক'লে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তইঃ

কেন্দ্ৰই নতুনকৈ গঠন কৰা নেশ্বনেল ৰিভাৰ কনজাৰভেছন ডাইৰেক্টৰেটৰ জৰিয়তে অসম যথেষ্ট পৰিমাণে লাভাম্বিত হ'ব বুলি তেওঁ আশাবাদী ৷ কেৱল এয়াই নহয় , এই বাজেটত অসমৰ বান সমস্যা লাঘব কৰাৰ উপায় থাকিব বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ ৷

দেশজুৰি থকা বিভিন্ন দিশৰ সমস্যা সমূহক সমাধান কৰাৰ ক্ষেত্ৰত কিমান সহায়ক হব সেয়া 5 জুলাইত লক্ষণীয় হ'ব ৷

Intro:গুৱাহাটী, 3 জুলাইঃ 5 জুলাইত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিবলগীয়া বাজেটৰ প্ৰতি এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ । অসমো ইয়াৰ ব্যতিক্ৰম হৈ থকা নাই। বিশেষকৈ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে অতি আশাৰে অপেক্ষা কৰিছে এই বাজেটলৈ ।

Body:নিৰ্মলা সীতাৰমণৰ বাজেটে অসমলৈ আশাৰ বতৰা কঢ়িয়াব বুলি মন্তব্য কৰিছে ৰাজ্যৰ দুই কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই । শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি ই টিভি ভাৰতৰ আগত কয় যে ৰাজ্যৰ প্ৰাথমিক শিক্ষা খণ্ড আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ বাবে আগন্তুক কেন্দ্ৰীয় বাজেটে ভাল খবৰ কঢ়িয়াই আনিব বুলি তেওঁ আশাবাদী ।

Conclusion:একেদৰে, ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তও যথেষ্ট আশাবাদী এই বাজেটক লৈ। ই টিভি ভাৰতৰ আগত মন্ত্ৰী কেশৱ মহন্তই এই বুলিও প্ৰকাশ কৰে যে কেন্দ্ৰই নতুনকৈ গঠন কৰা নেছনেল ৰিভাৰ কনজাৰভেছন ডাইৰেক্টৰেটৰ জৰিয়তে অসম ভালেখিনি লাভাম্বিত হব বুলি তেওঁ আশাবাদী । এই বাজেটত অসমৰ বান সমস্যা লাঘব কৰাৰো উপায় থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
Last Updated : Jul 3, 2019, 5:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.