ETV Bharat / state

ধুবুৰীত বিএছএফৰ ফুটবল টুৰ্ণামেণ্ট - বি এছ এফ

বি এছ এফৰ ডেপুটি কমাণ্ডেণ্ট ৰাজীৱ দুৱৰাই মুকলি কৰে টুৰ্ণামেণ্ট

BSF football
author img

By

Published : Feb 11, 2019, 8:44 PM IST

BSF football
ধুবুৰী, ১১ ফেব্ৰুৱাৰীঃ ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ৬৭ বি এন বি এছ এফৰ উদ্যোগত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰীতি ফুটবল টুৰ্ণামেণ্ট। ধুবুৰীৰ ধৰ্মশালাত অনুষ্ঠিত হোৱা এই ফুটবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধন কৰে ৬৭ বেটেলিয়ন বি এছ এফৰ ডেপুটি কমাণ্ডেণ্ট ৰাজীৱ দুৱাৰাই। টুৰ্ণামেণ্টত ধুবুৰী সীমান্ত অঞ্চলৰ মুঠ দহটা দলে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব পালনৰ উপৰি সীমান্তৱৰ্তী ৰাইজৰ সৈতে সম্পৰ্ক আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যৰে ধুবুৰীৰ সীমান্তৰ ৬৭ বেটেলিয়ন বি এছ এফে বিভিন্ন সময়ত সামাজিক কাম কাজ হাতত লৈ আহিছে।
undefined

Intro: ধুবুৰীত বিএছএফৰ ফুটবল টুৰ্ণামেণ্ট। সীমান্ত সুৰক্ষাৰ দায়িত্বত নিয়োজিত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ বি এছ এফে নিজৰ কৰ্তব্য পালনৰ উপৰি পালন কৰি আহিছে সামাজিক দায়িত্বওঁ।

Body: ভাৰত বাংলা সীমান্ত সুৰক্ষাৰ দায়িত্বত নিয়োজিত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ বি এছ এফে নিজৰ কৰ্তব্য পালনৰ উপৰি পালন কৰি আহিছে সামাজিক দায়িত্বওঁ। সীমান্তৰ ৬৭ বি এন বি এছ এফৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে সীমান্তত আৰম্ভ হৈছে প্ৰীতি ফুটবল টুৰ্ণামেণ্ট। ধুবুৰীৰ ধৰ্মশালাত অনুষ্ঠিত হোৱা এই ফুটবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধন কৰে ৬৭ বেটেলিয়ন বি এছ এফৰ ডেপুটি কমাণ্ডেণ্ট ৰাজীৱ দুৱাৰাই। এই টুৰ্ণামেণ্টত ধুবুৰীৰ সীমান্ত অঞ্চলৰ মুঠ দহটা কৈ দলে অংশ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব পালনৰ উপৰি সীমান্তৱৰ্তী ৰাইজৰ সৈতে সম্পৰ্ক আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যৰে ধুবুৰীৰ সীমান্তৰ ৬৭ বেটেলিয়ন বি এছ এফে বিভিন্ন সময়ত সামাজিক কাম কাজ হাতত লৈ আহিছে। শেহতীয়াকৈ দুদিনীয়া কাৰ্য্যসূচীৰে সীমান্তৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ সমান্তৰাল কৈ সীমান্তৰ ৰাইজৰ সৈতে সম্পৰ্ক আৰু ভাতৃত্ববোধ গঢ়াৰ উদ্দেশ্যে বি এছ এফে প্ৰীতি ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছে।
Byte:- Rajeev Duwara, Deputy Command

Conclusion: উল্লেখযোগ্য যে, সীমান্ত সুৰক্ষা বাহিনীৰ এনে প্ৰশংসনীয় পদক্ষেপে সীমান্তৱৰ্তী নৱ প্ৰজন্ম তথা খেলুৱৈ সকলক আৰু এখাপ আগুৱাই লৈ যোৱাত নিশ্চিত ভাবে সহায় কৰিব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.