ETV Bharat / state

পাকিস্তানৰ লগত সম্পৰ্ক শেষ কৰিবলৈ আহ্বান বিজয়া চক্ৰৱৰ্তীৰ - বিজয়া চক্ৰৱৰ্তী

সিন্ধু নদীৰ এটোপাল পানী পাকিস্তানলৈ নাযাবলৈ চৰকাৰক অনুৰোধ সাংসদ গৰাকীৰ

bijaya chakravarty
author img

By

Published : Feb 16, 2019, 8:22 PM IST

bijaya chakravarty
কামৰূপ, ১৬ ফেব্ৰডুৱাৰীঃ পাকিস্তানৰ লগত সকলো সম্পৰ্ক শেষ কৰিবলৈ চৰকাৰক আহ্বান সাংসদ বিজয়া চক্ৰৱৰ্তীৰ । সিন্ধু নদীৰ এটোপাল পানীও যেন পাকিস্তানলৈ নাযায় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান কৰে বিজেপি সাংসদ গৰাকীয়ে। ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত সংঘটিত উগ্ৰপন্থীৰ আত্মাঘাটী আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱান উদ্দেশ্যে ক্ষোভ প্ৰকাশ কৰি শনিবাৰে বৰঝাৰ বায়ুসেনা চাউনিৰ শ্ৰদ্ধাঞ্জলি অনুস্থানত এনেদৰে মন্তব্য কৰে বিজয়া চক্ৰৱৰ্তীয়ে। লগতে কাশ্মীৰৰ বৰ্বৰ আক্ৰমণৰ লগত চীন জড়িত থকা বুলিও মন্তব্য সাংসদ গৰাকীৰৰ।
undefined

Slug:-A_Azara_Airport_MP_Reaction_bite_Ajay_Das

Vo..পাকিস্থানৰ লগত সকলো সম্পৰ্ক শেষ কৰিবলৈ চৰকাৰক আহ্বান জনালে বিজয়া চক্ৰৱৰ্তীয়ে । সিন্ধু নদীৰ এটুপো পানী যেন পাকিস্থানলৈ নাযায়  তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীৰ । জম্বু-কাশ্মীৰৰ বৰ্বৰ আক্ৰমনৰ লগত চীন দেশৰ হাত থকাৰ সন্দেহ সাংসদ গৰাকীৰ । পাকস্থানৰ লগতে চীন দেশৰো সকলো সামগ্ৰী বৰ্জন কৰিবলৈ ভাৰতবাসীক আহ্বান । আজি বৰঝাৰ বায়ুসেনা চাউনিত অনুস্থিত শ্ৰদ্ধাঞ্জলি অনুস্থানত এনেদৰে মন্তব্য।কৰিলে সাংসদ বিজয়া চক্ৰৱৰ্তীৰ ।

Bite..

আনহাতে বিজেপিৰ সাংসদ ৰমেন ডেকাই সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমনক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ।

Bite2...

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.