নগাঁৱত অগপৰ বিজয় উৎসৱ - নাগৰিকত্ব সংশোধনী বিধেয়ক
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন
nagaon
Intro:নগাঁৱত অগপৰ বিজয় উৎসৱ। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন। অগপ আঞ্চলিক দল হৈ থকাটোৱে বিচাৰে দলীয় কৰ্মীয়ে।
Body:নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাক লৈ নগাঁৱত অগপই পালন কৰে বিজয় উৎসৱ। নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে ফটকা অত্বাজিৰে উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অগপৰ নগাওঁ জিলা সভাপতিয়ে। অগপ সদায় আঞ্চলিক দল হৈ থকাটোৱেই বিচাৰে দলীয় কৰ্মীয়ে।
bite
Conclusion: