ETV Bharat / state

এনআৰচিৰ আতংক ! বিগত এটা বৰ্ষত ৰাজ্যত আত্মহত্যা পাঁচজনৰ, নিহত 50 !

author img

By

Published : Jul 20, 2019, 6:43 PM IST

এনআৰচিক লৈ বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ সাংসদ ৰিপুন বৰাৰ ৷ নতুন দিল্লীত থকা সাংসদগৰাকীৰ মতে ৰাজনৈতিক বিশৃংখলতা, অসম চৰকাৰৰ বিষয়াৰ অনভিজ্ঞতা আদি বিভিন্ন কাৰণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিছে লাখ-লাখ প্ৰকৃত ভাৰতীয়ৰ নাম ৷

সাংসদ ৰিপুন বৰা

নতুন দিল্লী, 20 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আতংকত পাঁচজনকৈ লোকে আত্মহত্যা কৰাৰ লগতে মৃত্য়ুবৰণ কৰিছে 50ৰো অধিক লোকে ৷ এই দাবী আমাৰ নহয়, এই দাবী সাংসদ ৰিপুন বৰাৰ ৷ শনিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ ৰিপুন বৰাই ৷ এনআৰচিক লৈ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ আৰু অসম চৰকাৰৰ সীমান্ত আৰক্ষীৰ লগতে এন আৰ চিৰ দায়িত্বত থকা বিষয়াসকলৰ স্বাৰ্থপৰতা লুকাই থকা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

এনআৰচিৰ আতংক ! বিগত এটা বৰ্ষত ৰাজ্যত আত্মহত্যা পাঁচজনৰ, নিহত 50 !

নতুন দিল্লী, 20 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আতংকত পাঁচজনকৈ লোকে আত্মহত্যা কৰাৰ লগতে মৃত্য়ুবৰণ কৰিছে 50ৰো অধিক লোকে ৷ এই দাবী আমাৰ নহয়, এই দাবী সাংসদ ৰিপুন বৰাৰ ৷ শনিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ ৰিপুন বৰাই ৷ এনআৰচিক লৈ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ আৰু অসম চৰকাৰৰ সীমান্ত আৰক্ষীৰ লগতে এন আৰ চিৰ দায়িত্বত থকা বিষয়াসকলৰ স্বাৰ্থপৰতা লুকাই থকা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

এনআৰচিৰ আতংক ! বিগত এটা বৰ্ষত ৰাজ্যত আত্মহত্যা পাঁচজনৰ, নিহত 50 !
Intro:New Delhi: As many as five people have committed suicide in different detention camps in Assam and another 50 died due to heart attack after their names were not included in National Register of Citizen (NRC) list in the state.


Body:Expressing serious concern, Congress MP from Assam Ripun Bora told ETV Bharat that Government should take up the matter seriously.

"Government should seriously scrutinise the NRC list before deleting names of any genuine India citizen," said Bora.

He accused both Assam police and a section of local administration of dealing the matter with political motive.

"Due to the casual approach of the border police several lakhs of people have been made D (doubtful) voters alleging them as illegal migrants. And subsequently the foreigners tribunal tagged them as foreigners," said Bora adding "due to this as many as five people have committed suicide in the detention camps in Assam."

Similarly, 50 persons have reportedly died due to heart attack after their names were not included in the NRC list.

"Even the names of family members of freedom fighters, sahitya academy winners, army personnel, war martyrs are also left out from the NRC. More than 50 people have died due to heart attack after their names were not included in the draft NRC," said Bora.


Conclusion:Bora said that he has already raised the matter in the Parliament.

"I appeal to the government to give a serious look in to the matter," said Bora.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.