ETV Bharat / state

চৌদি আৰবত আৱদ্ধ হজ যাত্ৰীক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে - এয়াৰ ইণ্ডিয়া

এয়াৰ ইণ্ডিয়াৰ গাফিলতিত বিমান সেৱা বাতিলৰ ফলত আৰবৰ এখন হোটেলত ১৫ ঘন্টা ধৰি আবদ্ধ অসমৰ প্ৰায় ১৫০ গৰাকী হজ যাত্ৰী৷এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি হজযাত্ৰী সকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷

চৌদি আৰবত আৱদ্ধ হজ যাত্ৰীক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে
author img

By

Published : Aug 20, 2019, 2:52 PM IST

কাছাৰ, 20 আগষ্টঃ হজযাত্ৰী সকল চৌদি আৰৱত আৱদ্ধ হোৱাৰ ঘটনা অসমৰ সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈছে ৰাজ্য চৰকাৰ ৷ চৌদি আৰবত আৱদ্ধ হৈ থকা হজ যাত্ৰী সকলক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷ এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি হজযাত্ৰী সকলক ঘূৰাই অনাৰ ব্যাৱস্থা কৰা হৈছে বুলি জনাইছে ৰাজ্য বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে ৷

চৌদি আৰবত আৱদ্ধ হজ যাত্ৰীক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে

বিমান সেৱা বাতিলৰ ফলত আৰবৰ এখন হোটেলত ১৫ ঘন্টা ধৰি আবদ্ধ অসমৰ প্ৰায় ১৫০ গৰাকী হজ যাত্ৰী ৷ এয়াৰ ইণ্ডিয়াৰ গাফিলতিৰ ফলত হজ যাত্ৰীৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি ৷ কাছাৰ জিলাৰ ১৫০ জনীয়া হজ যাত্ৰীৰ এটা দল ঘৰলৈ ঘূৰি অহাৰ কাৰণে জিদ্দাৰ বিমানবন্দৰত পৰা 11.40 বজাত বিমান আছিল৷ কিন্তু বিমান সেৱা বাতিল হোৱাৰ ফলত এই ১৫০ জন হজ যাত্ৰীক বিমানবন্দৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ এখন হোটেলত ৰাখে এয়াৰইণ্ডিয়া কৰ্তৃপক্ষই ৷ কিন্তু আশ্চৰ্যকৰভাৱে হোটেলত হজ যাত্ৰীসকলৰ প্ৰায় ১৬ ঘন্টা পাৰ হোৱাৰ পিচতোকৰ্তৃপক্ষই কোনো খবৰ নোলোৱাৰ অভিযোগ যাত্ৰীসকলৰ৷ অৱশেষত হজ যাত্ৰী সকলক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷

Intro:*Breaking____*

flight Cancell হৈ আৰবৰ এটা হোটেলত ১৫ ঘন্টা দৰি আবদ্ধ অসমৰ ১৫০ হজ যাত্ৰী ৷ Air India ৰ গাফিলতিৰ পলত হজ যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতি ৷
কাছাৰ জিলাৰ ১৫০ জন হজ যাত্ৰীৰ এটা দল যোৱা কালি ঘৰত আহাৰ কাৰণে ১১-৪০ মিনিটত ফ্লাইট আছিলে জিদ্দাৰ এয়াৰপোৰ্টৰ পৰা ৷ কিন্তু কোনো কাৰণত ফ্লাইট কেনছেল হোৱাৰ পলত এই ১৫০ জন হাজীক এয়াৰপোৰ্টৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত এটা হোটেলত ৰাখে Air India কৰ্তৃপক্ষই ৷ কিন্তু আশ্চৰ্য্য বিষয় হল হোটেলত হাজী সকলৰ প্ৰায় ১৬ ঘন্টা হৈ গল কিন্তু এতিয়া লৈকে Air India কৰ্তৃপক্ষয় কোনো খোজ খবৰ লোৱা নাই ৷ আনকি next flight ৰ সময় ও দিয়া নাই হাজী সকলক ৷ পলত হাজী সকলৰ মাজত এক আতংকৰ সৃষ্টি হৈছে ৷ তেওঁ লোকে অসম সৰকাৰৰ উচৰত দাবি জনাইছে যে এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ কৰাৰ ভাবে ৷Body:*Breaking____*

flight Cancell হৈ আৰবৰ এটা হোটেলত ১৫ ঘন্টা দৰি আবদ্ধ অসমৰ ১৫০ হজ যাত্ৰী ৷ Air India ৰ গাফিলতিৰ পলত হজ যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতি ৷
কাছাৰ জিলাৰ ১৫০ জন হজ যাত্ৰীৰ এটা দল যোৱা কালি ঘৰত আহাৰ কাৰণে ১১-৪০ মিনিটত ফ্লাইট আছিলে জিদ্দাৰ এয়াৰপোৰ্টৰ পৰা ৷ কিন্তু কোনো কাৰণত ফ্লাইট কেনছেল হোৱাৰ পলত এই ১৫০ জন হাজীক এয়াৰপোৰ্টৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত এটা হোটেলত ৰাখে Air India কৰ্তৃপক্ষই ৷ কিন্তু আশ্চৰ্য্য বিষয় হল হোটেলত হাজী সকলৰ প্ৰায় ১৬ ঘন্টা হৈ গল কিন্তু এতিয়া লৈকে Air India কৰ্তৃপক্ষয় কোনো খোজ খবৰ লোৱা নাই ৷ আনকি next flight ৰ সময় ও দিয়া নাই হাজী সকলক ৷ পলত হাজী সকলৰ মাজত এক আতংকৰ সৃষ্টি হৈছে ৷ তেওঁ লোকে অসম সৰকাৰৰ উচৰত দাবি জনাইছে যে এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ কৰাৰ ভাবে ৷Conclusion:*Breaking____*

flight Cancell হৈ আৰবৰ এটা হোটেলত ১৫ ঘন্টা দৰি আবদ্ধ অসমৰ ১৫০ হজ যাত্ৰী ৷ Air India ৰ গাফিলতিৰ পলত হজ যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতি ৷
কাছাৰ জিলাৰ ১৫০ জন হজ যাত্ৰীৰ এটা দল যোৱা কালি ঘৰত আহাৰ কাৰণে ১১-৪০ মিনিটত ফ্লাইট আছিলে জিদ্দাৰ এয়াৰপোৰ্টৰ পৰা ৷ কিন্তু কোনো কাৰণত ফ্লাইট কেনছেল হোৱাৰ পলত এই ১৫০ জন হাজীক এয়াৰপোৰ্টৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত এটা হোটেলত ৰাখে Air India কৰ্তৃপক্ষই ৷ কিন্তু আশ্চৰ্য্য বিষয় হল হোটেলত হাজী সকলৰ প্ৰায় ১৬ ঘন্টা হৈ গল কিন্তু এতিয়া লৈকে Air India কৰ্তৃপক্ষয় কোনো খোজ খবৰ লোৱা নাই ৷ আনকি next flight ৰ সময় ও দিয়া নাই হাজী সকলক ৷ পলত হাজী সকলৰ মাজত এক আতংকৰ সৃষ্টি হৈছে ৷ তেওঁ লোকে অসম সৰকাৰৰ উচৰত দাবি জনাইছে যে এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ কৰাৰ ভাবে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.