ETV Bharat / state

ব্যতিক্ৰমী প্ৰয়াসেৰে দৌল উদযাপন কৰিলে শিলচৰ বাসীয়ে

প্রথমবাৰৰ বাবে শনিবাৰে বৰাকত আয়োজন কৰা হ'ল ৰঙৰ উৎসৱ দৌল ৷ বৰাক উপত্যকাৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য ধৰি ৰখাৰ প্ৰয়াসেৰে প্রথমবাৰ বাবে অভিনৱ পন্থাৰে দৌল উৎসৱ পালন কৰিলে উৎস নৃত্য শিক্ষায়তনৰ কর্মকর্তাসকলে ।

ব্যতিক্ৰমী প্ৰয়াসেৰে দৌল উদযাপন কৰিলে শিলচৰবাসীয়ে

author img

By

Published : Mar 27, 2021, 10:41 PM IST

শিলচৰ,27 মাৰ্চ: উৎস নৃত্য শিক্ষায়তনৰ উদ্যোগত প্রথমবাৰৰ বাবে শনিবাৰে আয়োজন কৰা হ'ল ৰঙৰ উৎসৱ দৌল ৷ বৰাক উপত্যকাৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য ধৰি ৰখাৰ প্ৰয়াসেৰে প্রথমবাৰ বাবে অভিনৱ পন্থাৰে দৌল উৎসৱ পালন কৰিলে উৎস নৃত্য শিক্ষায়তনৰ কর্মকর্তাসকলে ।

শনিবাৰে শিলচৰৰ ইণ্ডিয়া ক্লাব ময়দানত ৰঙীন বসন্তৰ সুবাস বিলাই জ্যেষ্ঠ নাগৰিকৰ হাতেৰে হাতেৰে বন্তি প্রজ্জ্বলন কৰি শুভাৰম্ভ কৰিলে এই উৎসৱৰ ৷ ৰঙৰ উৎসৱ দৌলকলৈ এতিয়া অঞ্চলটোত দেখিবলৈ পোৱা গ'ল ব্যাপক ব্যস্ততা ৷

লগতে পঢ়ক: শোণিতপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.