ETV Bharat / state

ফেচবুকত আপত্তিজনক মন্তব্যঃ যুৱকক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ - আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও

ফেচবুকত আপত্তিজনক মন্তব্য কৰি ৰাইজৰ ৰোষত এগৰাকী যুৱক ৷ শিলচৰত সংঘটিত হয় এই ঘটনা ৷

শিলচৰত প্ৰতিবাদ
author img

By

Published : Sep 30, 2019, 11:42 PM IST

শিলচৰ, 30 ছেপ্টেম্বৰঃ ফেচবুকৰ মন্তব্যক লৈ উত্তাল শিলচৰ ৷ বিভিন্ন ইছলামধৰ্মী সংগঠনে প্ৰতিবাদেৰে উত্তাল কৰি তোলে কাচাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷

এগৰাকী মুছলমান ব্যক্তিৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য কৰিছিল বৰণ মালাকাৰ নামৰ যুৱকজনে ৷ ঘটনাৰ পিচতে আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল কেইবাটাও ইছলামধৰ্মী সংগঠনে ৷ কিন্তু অভিযুক্ত বৰণ মালাকাৰক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয় কাছাৰ আৰক্ষী ৷

শিলচৰত প্ৰতিবাদ

ইয়াৰ প্ৰতিবাদতে সোমবাৰে একাংশ ইছলামধৰ্মী সংগঠনে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠনকেইটাই ৷ যদিহে আৰক্ষীয়ে শীঘ্ৰেই যুৱকজনক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়, অনাগত দিনত আৰু অধিক প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনকেইটাই ৷

Intro:ফেচবুকত বেয়া মন্তব্যৰ কাৰণে বৰণ মালাকাৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত কাছাৰৰ আৰক্ষী অধিকাৰীক অফিচৰ সন্মুখত প্ৰতিবাদ বিভিন্ন সংখ্যা লঘু সম্প্ৰদায়ৰ।
বিগত কিছুদিন আগতে বৰণ মালাকাৰ ফেচবুকত সংখ্যালঘু সম্প্ৰদায়ৰ একজন নৱীৰ ওপৰত বেয়া মন্তব্য কৰিছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বিগত দিনত এফ আই আর কৰে কিছুমান সংগঠন ।কিন্তু এতিয়াও তাক গ্ৰেপ্তাৰ কৰানাই সেই কাৰণে আজি কাছাৰ জিলাৰ এছ পি অফিচৰ ওচৰতে প্ৰতিবাদত চামিল হয়। পিছত আৰক্ষীৰ পৰা আশ্বাস প্ৰদানৰ পিছত তেওঁ লোকে এক ছৰক লিপি প্ৰদান করে।Body:ফেচবুকত বেয়া মন্তব্যৰ কাৰণে বৰণ মালাকাৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত কাছাৰৰ আৰক্ষী অধিকাৰীক অফিচৰ সন্মুখত প্ৰতিবাদ বিভিন্ন সংখ্যা লঘু সম্প্ৰদায়ৰ।
বিগত কিছুদিন আগতে বৰণ মালাকাৰ ফেচবুকত সংখ্যালঘু সম্প্ৰদায়ৰ একজন নৱীৰ ওপৰত বেয়া মন্তব্য কৰিছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বিগত দিনত এফ আই আর কৰে কিছুমান সংগঠন ।কিন্তু এতিয়াও তাক গ্ৰেপ্তাৰ কৰানাই সেই কাৰণে আজি কাছাৰ জিলাৰ এছ পি অফিচৰ ওচৰতে প্ৰতিবাদত চামিল হয়। পিছত আৰক্ষীৰ পৰা আশ্বাস প্ৰদানৰ পিছত তেওঁ লোকে এক ছৰক লিপি প্ৰদান করে।Conclusion:ফেচবুকত বেয়া মন্তব্যৰ কাৰণে বৰণ মালাকাৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত কাছাৰৰ আৰক্ষী অধিকাৰীক অফিচৰ সন্মুখত প্ৰতিবাদ বিভিন্ন সংখ্যা লঘু সম্প্ৰদায়ৰ।
বিগত কিছুদিন আগতে বৰণ মালাকাৰ ফেচবুকত সংখ্যালঘু সম্প্ৰদায়ৰ একজন নৱীৰ ওপৰত বেয়া মন্তব্য কৰিছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বিগত দিনত এফ আই আর কৰে কিছুমান সংগঠন ।কিন্তু এতিয়াও তাক গ্ৰেপ্তাৰ কৰানাই সেই কাৰণে আজি কাছাৰ জিলাৰ এছ পি অফিচৰ ওচৰতে প্ৰতিবাদত চামিল হয়। পিছত আৰক্ষীৰ পৰা আশ্বাস প্ৰদানৰ পিছত তেওঁ লোকে এক ছৰক লিপি প্ৰদান করে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.