ETV Bharat / state

শিলচৰত স্বামীগৃহত ৰহস্যজনক মৃত্যু বোৱাৰীৰ - স্বামীগৃহত ৰহস্যজনক মৃত্যু পত্নীৰ

পাৰিবাৰিক বিবাদৰ কাৰণেই স্বামীৰ হাতত মহিলাগৰাকী মৃত্যু হোৱাৰ অভিযোগ পত্নী পৰিয়ালৰ

শিলচৰত স্বামীগৃহত ৰহস্যজনক মৃত্যু বোৱাৰীৰ
author img

By

Published : Aug 13, 2019, 5:40 PM IST

Updated : Aug 13, 2019, 6:38 PM IST

  • শিলচৰৰ শৰতপল্লিৰ ছিলভাৰ ফেক্টৰীৰ সমীপত সোমবাৰে নিশা স্বামীগৃহত ৰহস্যজনক মৃত্যু পত্নীৰ
  • পাৰিবাৰিক বিবাদৰ কাৰণেই স্বামীৰ হাতত মহিলাগৰাকী মৃত্যু হোৱাৰ অভিযোগ পত্নী পৰিয়ালৰ
  • নিহত মহিলাগৰাকীৰ নাম ৰুমা শুক্লবৈদ্য
  • স্বামী দেবব্ৰত শুক্লবৈদ্যৰ গৃহত দীর্ঘদিনৰ পৰাই নির্যাতিত হৈ আহিছিল ৰুমা
  • কিছুদিন পূৰ্বে ৰুমাক মাৰপিট কৰি দেউতাকৰ ঘৰলৈ পঠিয়াই দিছিল স্বামীগৃহৰ লোকে
  • দেউতাকৰ ঘৰৰ লোকে প্ৰাথমিক চিকিৎসা কৰি পুনৰ স্বামীগৃহলৈ পঠাই দিছিল ৰুমাক
    শিলচৰত স্বামীগৃহত ৰহস্যজনক মৃত্যু বোৱাৰীৰ
  • সোমবাৰে নিশা স্বামী পৰিয়ালৰ অকথ্য অত্যাচাৰত কৰুণ মৃত্যুক সাৱতি লয় ৰুমাই
  • স্বামীক গ্ৰেপ্তাৰৰ দাবীত শৱদেহ শ্মশানঘাটত লৈ যোৱাত বাধা প্ৰদান প্ৰতিবেশী লোকৰ
  • বৰ্তমান ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত

Intro:স্বামী গৃহত গৃহবধূ ৰহস্যজনক মৃত্যু , শিলচৰত চাঞ্চল্য ######
শিলচৰ,১৩ আগস্ট : শিলচৰ চহৰৰ মাজমজিয়াত যোৱানিশা স্বামীগৃহত গৃহবধূৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত চাঞ্চল্য সৃষ্টি হইছে। গৃহবধুৰ নাম ৰুমা শুক্লবৈদ্য ৷ পাৰিবাৰিক বিবাদৰ ফলতেই স্বামীৰ হাতত স্ত্রীৰ মৃত্যু হৈছৈ বুলি গৃহবধুৰ পৰিয়ালৰ অভিযোগ । ঘটনাটো শিলচৰ চহৰৰ শৰতপল্লিৰ ছিলভাৰ ফেক্টৰীৰ নিলগত সংঘটিত হৈছে। ৰুমাৰ পৰিয়ালৰ অভিযোগ স্বামী দেবব্রত শুক্লবৈদ্যৰ (৩৭) গৃহত দীর্ঘ দিনৰ পৰাই নির্যাতিত হৈ আছিল গৃহবধূ ৰুমাৰ উপৰত । কেইদিনমান আগতে গৃহবধূক মাৰপিট কৰি দেউতাকৰ ঘৰলৈ পঠিয়াই দিছিল স্বামীগৃহৰ সদস্যই ।পিছত গৃহবধূ ৰুমাক দেউতাকৰ ঘৰত প্ৰাথমিক চিকিৎসা কৰি স্বামীগৃহত পঠাই দিয়া হৈছিল । Body:স্বামী গৃহত গৃহবধূ ৰহস্যজনক মৃত্যু , শিলচৰত চাঞ্চল্য ######
শিলচৰ,১৩ আগস্ট : শিলচৰ চহৰৰ মাজমজিয়াত যোৱানিশা স্বামীগৃহত গৃহবধূৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত চাঞ্চল্য সৃষ্টি হইছে। গৃহবধুৰ নাম ৰুমা শুক্লবৈদ্য ৷ পাৰিবাৰিক বিবাদৰ ফলতেই স্বামীৰ হাতত স্ত্রীৰ মৃত্যু হৈছৈ বুলি গৃহবধুৰ পৰিয়ালৰ অভিযোগ । ঘটনাটো শিলচৰ চহৰৰ শৰতপল্লিৰ ছিলভাৰ ফেক্টৰীৰ নিলগত সংঘটিত হৈছে। ৰুমাৰ পৰিয়ালৰ অভিযোগ স্বামী দেবব্রত শুক্লবৈদ্যৰ (৩৭) গৃহত দীর্ঘ দিনৰ পৰাই নির্যাতিত হৈ আছিল গৃহবধূ ৰুমাৰ উপৰত । কেইদিনমান আগতে গৃহবধূক মাৰপিট কৰি দেউতাকৰ ঘৰলৈ পঠিয়াই দিছিল স্বামীগৃহৰ সদস্যই ।পিছত গৃহবধূ ৰুমাক দেউতাকৰ ঘৰত প্ৰাথমিক চিকিৎসা কৰি স্বামীগৃহত পঠাই দিয়া হৈছিল । কিন্তু যোৱা নিশা অকথ্য অত্যাচাৰ চলোৱাৰ ফলত ৰুমাৰ মৃত্যু হয় বুলি জনালে ৰুমাৰ পৰিয়ালে। ইপিনে ,গৃহবধূৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। স্বামীৰ পৰিবাৰে শৱদেহ শ্মশানঘাটত লৈ যোৱাৰ বাবে তৎপৰ হয় যদিও প্রতিবেশী লোকে বাধা প্ৰদান কৰি দোষী স্বামীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।Conclusion:ইপিনে ,গৃহবধূৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। স্বামীৰ পৰিবাৰে শৱদেহ শ্মশানঘাটত লৈ যোৱাৰ বাবে তৎপৰ হয় যদিও প্রতিবেশী লোকে বাধা প্ৰদান কৰি দোষী স্বামীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।
Last Updated : Aug 13, 2019, 6:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.