ETV Bharat / state

শিলচৰত চীল কৰা হল কেইবাখনো হোটেল

author img

By

Published : May 18, 2020, 3:40 PM IST

Updated : May 18, 2020, 6:17 PM IST

এজন যুৱকৰ দেহত ক‘ৰণাৰ অবস্থিতি ধৰাৰ পিছতে তৎপৰ স্বাস্থ্য বিভাগ ৷

শিলচৰত চীল কৰা হল কেইবাখনো হোটেল

শিলচৰ,18মেঃ কাছাৰৰ লক্ষ্মীপুৰ বিধানসভা এলেকাৰ বটথল চাহ বাগিচাৰ 28 বছৰীয়া যুৱকৰ ক‘ৰণা পজেটিভ ধৰাৰ পৰাৰ পিছতে শিলচৰৰ তিনিখন হোটেল বন্ধ কৰিলে কাছাৰ জিলা প্ৰশাসনে শিলচৰৰ চেন্টাৰ প্লেছ , দিৱম হোটেল আৰু স্বাগত হোটেল । যুৱক জনৰ দেহত কভিড19ধৰা পৰাৰ পিছতে অঞ্চলতোট আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।

আনফালে দেওবাৰে নিশা শিলচৰৰ বিভিন্ন হোটেলত চেনিটাইজেছন কৰে স্বাস্থ্য বিভাগে ৷ ইপিনে শিলচৰৰ বিভিন্ন এলেকাৰ ৰাস্তা চীল কৰা হ‘ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে যদিও প্ৰশাসনে সকলোকে নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃ মৰিয়নীত দুটা নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

Last Updated : May 18, 2020, 6:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.