কাছাৰ,29 জুন: কাছাৰৰ বৰখলা সমষ্টিৰ লালবাগ চাহ-বাগিচাত সৰ্প দংশনত এগৰাকী শিশুৰ মৃত্যু ৷ সাত বছৰীয়া মৃত শিশুটিৰ নাম অমিত ভূমিজ ৷ জানিব পৰা মতে, শুকুৰবাৰে বিয়লি প্ৰায় তিনি বজাত নিজ গৃহৰ ভিতৰতে এটা বিষাক্ত সাপে দংশন কৰে শিশুটিক ৷ লগে লগে শিশুটিক শিলচৰ মেডিকেল কলেজলৈ লৈ যায় পৰিয়ালৰ লোকে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচতেই মৃত্যু হয় শিশুটিৰ ৷
সৰ্প দংশনত মৃত্যু সাত বছৰীয়া শিশুৰ - লালবাগ চাহ-বাগিচা
লগে লগে শিশুটিক শিলচৰ মেডিকেল কলেজলৈ লৈ যায় পৰিয়ালৰ লোকে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা পাচতেই মৃত্যু হয় শিশুটিৰ ৷

সৰ্প দংশনত মৃত্যু সাত বছৰীয়া শিশু
কাছাৰ,29 জুন: কাছাৰৰ বৰখলা সমষ্টিৰ লালবাগ চাহ-বাগিচাত সৰ্প দংশনত এগৰাকী শিশুৰ মৃত্যু ৷ সাত বছৰীয়া মৃত শিশুটিৰ নাম অমিত ভূমিজ ৷ জানিব পৰা মতে, শুকুৰবাৰে বিয়লি প্ৰায় তিনি বজাত নিজ গৃহৰ ভিতৰতে এটা বিষাক্ত সাপে দংশন কৰে শিশুটিক ৷ লগে লগে শিশুটিক শিলচৰ মেডিকেল কলেজলৈ লৈ যায় পৰিয়ালৰ লোকে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচতেই মৃত্যু হয় শিশুটিৰ ৷
সৰ্প দংশনত মৃত্যু সাত বছৰীয়া শিশু
সৰ্প দংশনত মৃত্যু সাত বছৰীয়া শিশু
Intro:nullBody:কাছাৰৰ বৰখলা সমষ্টিৰ লালবাগ চা-বাগিচাৰ সাপৰ দংশনত এগৰাকী শিশুৰ মৃত্যু ৷ মৃত শিশুৰ নাম অমিত ভূমিজ (৭)৷ জানিব পৰা মতে শুক্ৰবাৰ আবেলি ৩টা সময়ত নিজৰ ঘৰৰ ভিতৰত এটা বিষাক্ত সাপে দংশন কৰে৷ সঙ্গে সঙ্গে পৰিবাৰৰ মানুহে অমিতক শিলচৰ মেডিকেল কলেজত গৈছিল ৷ আজি তেকতৰ আবেলি মৃত্যুৰ পিছত ঘৰত আনিলে ৷ reporter app জৰিয়তে প্ৰেৰণ কৰা হৈছেConclusion:null