ETV Bharat / state

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ শিক্ষকৰ ! - দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল ৷ কিন্তু ৰহস্যজনক ভাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধেও ৷ সোমবাৰে শিশুগৰাকীৰ পিতৃসহ আন কেবাজনো লোকে কাছাৰৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰস্থ হৈ বিষয়টো অৱগত কৰায় ৷

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰৰ অভিযোগ
author img

By

Published : Jun 4, 2019, 3:20 PM IST

কাছাৰ, 4 জুনঃ 'চেকনিৰ আগত বিদ্যা' , এই আপ্তবাক্য শাৰী যদিও আমাৰ সমাজত প্ৰচলিত কিন্তু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এই ব্যৱস্থাৰ বিৰুদ্ধে ৰায়দান প্ৰদান কৰিছে ৷ কিন্তু অসমত আজিও এই বাক্যশাৰী সৰোগত কৰি বহু শিক্ষকে ছাত্ৰ-ছাত্ৰীক চেকনিৰ আগত বিদ্যা দিয়াই নহয় চলাই গৈছে নিৰ্মম অত্যাচাৰ ৷

পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ৷ কাছাৰৰ ভাঙ্গাৰপাৰ অঞ্চলত অৱস্থিত স্প্ৰীং ডেলছ একাডেমী নামৰ বিদ্যালয় খনৰ প্ৰধান শিক্ষক জয়নাল আবেদিন বড়ভূঞাই বিদ্যালয়খনত অধ্যয়নৰত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ এগৰাকীক সৰু কথাতে বেয়াকৈ প্ৰহাৰ কৰে ৷ প্ৰচণ্ড আঘাত লৈ ছাত্ৰজন বাসগৃহত উপস্থিত হোৱাৰ পিচতে তেওঁৰ পিতৃয়ে ঘটনাৰ বুজ লবলৈ বিদ্যালয়খনত উপস্থিত হয় ৷ পিছত ছাত্ৰ জনৰ পিতৃকো স্কুলখনৰ কর্মচাৰী তৃষিত সেনে ভাবুকি দি খেদি পঠিয়াই । তাৰ পিছতে ছাত্ৰ গৰাকীৰ অভিভাৱকে বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ৷

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ শিক্ষকৰ !

ইপিনে আৰক্ষীয়েও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী ছাত্ৰ জনৰ অভিভাৱকৰ । ফলত সোমবাৰে শিশুগৰাকীৰ পিতৃসহ আন কেবাজনো লোকে কাছাৰৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰস্থ হৈ বিষয়টো অৱগত কৰায় ৷ তেওঁ‌লোকৰ অভিযোগ, অভিযুক্ত প্ৰধান শিক্ষক জয়নাল আবেদিন পেচাত মিজোৰামৰ কলেজৰ এখনৰ অধ্যাপক । ভাঙ্গাৰপাৰ অঞ্চলৰ দুখীয়া মানুহৰ সন্তানক ভাল ইংৰাজী শিক্ষা প্ৰদান কৰিব বুলি "স্প্ৰীং ডেলছ একাডেমী" নামৰ বিদ্যালয় এখন খুলি প্ৰতিমাহে বুজন পৰিমাণৰ টকা লুট কৰি আহিছে ।

Intro:NEWS SILCHAR 4 JUNE

SLUG - দ্বিতীয় শ্রেণীৰ এক কণমানি ছাত্রক নিৰ্মম ভাৱে প্ৰহাৰ। প্রাইভেট স্কুলৰ শিক্ষকৰ বিৰুদ্ধে গোচৰ ৷
Body:NEWS SILCHAR 4 JUNE

SLUG - দ্বিতীয় শ্রেণীৰ এক কণমানি ছাত্রক নিৰ্মম ভাৱে প্ৰহাৰ। প্রাইভেট স্কুলৰ শিক্ষকৰ বিৰুদ্ধে গোচৰ ৷

৭ বছৰীয়া শিশু চিমৰণ আখতার বড়ভূঞা। দ্বীতিয় শ্রেনীত পঢ়ে। এই কণমানি শিশুটিক নিৰ্মম ভাৱে প্ৰহাৰ কৰিল শিক্ষক নামধাৰী এক পশুৱে। ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ ভাঙ্গাৰপাৰ অঞ্চলত। স্প্রীং ডেলছ একাডেমী নামৰ এখন ব্যক্তিগত মাধ্যমৰ স্কুলৰ প্রধান শিক্ষক জয়নাল আবেদিন বড়ভূঞাই বিগত ৩০ তাৰিখে কোনো এক সৰু কাৰণতে চিমৰণক নিৰ্মম ভাৱে মাৰধৰ কৰে। প্রচন্ড আঘাত লৈ চিমৰন বাসগৃহত উপস্থিত হোৱাৰ পিচতে চিমৰণৰ পিতৃ মইনউদ্দিনে ঘটনাৰ বুজ লবলৈ স্কুলত উপস্থিত হয় । তাতেই স্কুল কর্মচাৰী তৃষিত সেনে তেওঁ‌ক ভাবুকি দি আতৰাই পঠিয়াই । ইয়াৰ পিচতে চিমৰনৰ মাতৃ হাজিৰা বেগমে প্রধান শিক্ষক আৰু স্কুল কর্মীক অভিযুক্ত কৰি গোচৰ প্ৰদান কৰে আৰক্ষী চকীত । কিন্তু পিতৃৰ অভিযোগ আৰক্ষীয়ে ৰহস্যজনক বাবে কোনো ধৰণৰ ব্যৱস্থা নললে। ফলত সোমবাৰে শিশুগৰাকীৰ পিতৃ সহ অন্যান্য কেবাজনো লোকে কাছাৰৰ জিলা উপায়ুক্ত আৰু পুলিশ চুপাৰৰ দ্বাৰস্থ হৈ বিষয়টো অবগত কৰায় । তাৰপিচতে তেওঁ‌লোকে আবেলি সাংবাদিকৰ সন্মুখত সমগ্ৰ ঘটনা ডাঙি ধৰে । তেওঁ‌লোকৰ অভিযোগ, অভিযুক্ত প্রধান শিক্ষক জয়নাল আবেদিন পেচাত মিজোৰামৰ এখন কলেজৰ অধ্যাপক। ভাঙ্গাৰপাৰ অঞ্চলৰ দুখীয়া মানুহৰ সন্তানক ভাল ইংৰাজী শিক্ষা প্ৰদান কৰিব বুলি স্প্রীংডেলছ স্কুল নামৰ এখন প্রতিষ্ঠান খুলি প্রতিমাহে বুজন পৰিমাণৰ টকা লুট কৰি আহিছে।Conclusion:NEWS SILCHAR 4 JUNE

SLUG - দ্বিতীয় শ্রেণীৰ এক কণমানি ছাত্রক নিৰ্মম ভাৱে প্ৰহাৰ। প্রাইভেট স্কুলৰ শিক্ষকৰ বিৰুদ্ধে গোচৰ ৷

৭ বছৰীয়া শিশু চিমৰণ আখতার বড়ভূঞা। দ্বীতিয় শ্রেনীত পঢ়ে। এই কণমানি শিশুটিক নিৰ্মম ভাৱে প্ৰহাৰ কৰিল শিক্ষক নামধাৰী এক পশুৱে। ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ ভাঙ্গাৰপাৰ অঞ্চলত। স্প্রীং ডেলছ একাডেমী নামৰ এখন ব্যক্তিগত মাধ্যমৰ স্কুলৰ প্রধান শিক্ষক জয়নাল আবেদিন বড়ভূঞাই বিগত ৩০ তাৰিখে কোনো এক সৰু কাৰণতে চিমৰণক নিৰ্মম ভাৱে মাৰধৰ কৰে। প্রচন্ড আঘাত লৈ চিমৰন বাসগৃহত উপস্থিত হোৱাৰ পিচতে চিমৰণৰ পিতৃ মইনউদ্দিনে ঘটনাৰ বুজ লবলৈ স্কুলত উপস্থিত হয় । তাতেই স্কুল কর্মচাৰী তৃষিত সেনে তেওঁ‌ক ভাবুকি দি আতৰাই পঠিয়াই । ইয়াৰ পিচতে চিমৰনৰ মাতৃ হাজিৰা বেগমে প্রধান শিক্ষক আৰু স্কুল কর্মীক অভিযুক্ত কৰি গোচৰ প্ৰদান কৰে আৰক্ষী চকীত । কিন্তু পিতৃৰ অভিযোগ আৰক্ষীয়ে ৰহস্যজনক বাবে কোনো ধৰণৰ ব্যৱস্থা নললে। ফলত সোমবাৰে শিশুগৰাকীৰ পিতৃ সহ অন্যান্য কেবাজনো লোকে কাছাৰৰ জিলা উপায়ুক্ত আৰু পুলিশ চুপাৰৰ দ্বাৰস্থ হৈ বিষয়টো অবগত কৰায় । তাৰপিচতে তেওঁ‌লোকে আবেলি সাংবাদিকৰ সন্মুখত সমগ্ৰ ঘটনা ডাঙি ধৰে । তেওঁ‌লোকৰ অভিযোগ, অভিযুক্ত প্রধান শিক্ষক জয়নাল আবেদিন পেচাত মিজোৰামৰ এখন কলেজৰ অধ্যাপক। ভাঙ্গাৰপাৰ অঞ্চলৰ দুখীয়া মানুহৰ সন্তানক ভাল ইংৰাজী শিক্ষা প্ৰদান কৰিব বুলি স্প্রীংডেলছ স্কুল নামৰ এখন প্রতিষ্ঠান খুলি প্রতিমাহে বুজন পৰিমাণৰ টকা লুট কৰি আহিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.