ETV Bharat / state

শিলচৰত সৰস্বতী পূজাৰ ব্যাপক আয়োজন

বুধবাৰে অনুষ্ঠিত হ’ব সৰস্বতী পূজা ৷ বাগদেৱীক পূজা-অৰ্চনা কৰিবলৈ উথপথপ লগাইছে বিদ্যাৰ্থীসকলে ৷ এইবছৰ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব সৰস্বতী পূজা ৷

শিলচৰ
সৰস্বতী পূজা
author img

By

Published : Jan 28, 2020, 11:26 PM IST

শিলচৰ,28 জানুৱাৰীঃ বুধবাৰে অনুষ্ঠিত হ’ব সৰস্বতী পূজা ৷ বাগদেৱীক পূজা-অৰ্চনা কৰিবলৈ উথপথপ লগাইছে বিদ্যাৰ্থীসকলে ৷ এইবছৰ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব সৰস্বতী পূজা ৷ বাগদেৱীৰ বন্দনাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক সমাজৰো উছাহৰ অন্ত নাই । কিন্তু মূল্যবৃদ্ধিয়ে সকলোৰে উছাহত চেঁচাপানী ঢালিছে । পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ বজাৰত উপলব্ধ হ’লেও মূল্য বিগত বৰ্ষতকৈ বহুগুণে বেছি হোৱাৰ বাবে অসন্তুষ্ট হৈছে সকলো ৷

লগতে চাওকঃ106 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা

Intro:NEWS Silchar 28Jan.. কালিৰ পৰা দুদিনিয়া সৰস্বতী পূজা

বহু বছৰৰ মূৰত কালিৰ পৰা দুদিনিয়া সৰস্বতী পূজা আৰম্ভ হব।Body:NEWS Silchar 28Jan.. কালিৰ পৰা দুদিনিয়া সৰস্বতী পূজা

বহু বছৰৰ মূৰত কালিৰ পৰা দুদিনিয়া সৰস্বতী পূজা আৰম্ভ হব। বাগদেবীৰ বন্দনা লৈ ছাত্ৰ ছাত্ৰী সকলৰ লগত অভিভাৱক আৰু শিক্ষক শিক্ষিকা সকলৰো উছাহৰ অন্ত নাই। কিন্তু বজাৰৰ অগ্নিমূল্য সকলৰ উছাহেৰে পানী পেলাই দিছে। পূজাৰ বাবে প্ৰয়োজনীয় মূৰ্তি, ফল, ফুল, ধূপ, আম্ৰপালি, খাগৰি আদি কৈ ধৰি সকলোৱে সামগ্ৰী বজাৰত উপলব্ধ হলেও দাম যোৱা বছৰতকৈ বহু গুণে বেছি হোৱাৰ বাবে সকলৰ বাবে সকলো সামগ্ৰী মন কৰিলেও কিনিব নোৱাৰা হৈছে। বজাৰৰ এই আকাশ মূল্য লৈ সকলোৱে অসন্তুষ্ট। ---- বাইটConclusion:NEWS Silchar 28Jan.. কালিৰ পৰা দুদিনিয়া সৰস্বতী পূজা

বহু বছৰৰ মূৰত কালিৰ পৰা দুদিনিয়া সৰস্বতী পূজা আৰম্ভ হব। বাগদেবীৰ বন্দনা লৈ ছাত্ৰ ছাত্ৰী সকলৰ লগত অভিভাৱক আৰু শিক্ষক শিক্ষিকা সকলৰো উছাহৰ অন্ত নাই। কিন্তু বজাৰৰ অগ্নিমূল্য সকলৰ উছাহেৰে পানী পেলাই দিছে। পূজাৰ বাবে প্ৰয়োজনীয় মূৰ্তি, ফল, ফুল, ধূপ, আম্ৰপালি, খাগৰি আদি কৈ ধৰি সকলোৱে সামগ্ৰী বজাৰত উপলব্ধ হলেও দাম যোৱা বছৰতকৈ বহু গুণে বেছি হোৱাৰ বাবে সকলৰ বাবে সকলো সামগ্ৰী মন কৰিলেও কিনিব নোৱাৰা হৈছে। বজাৰৰ এই আকাশ মূল্য লৈ সকলোৱে অসন্তুষ্ট। ---- বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.