ETV Bharat / state

কৰিমগঞ্জত প্ৰাণঘাটি আক্ৰমণৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

বিগত 25 আগষ্টত ৰাজেন সিং আৰু তেখেতৰ পৰিয়ালৰ লোকৰ ওপৰত প্ৰাণঘাটি আক্ৰমণ চলোৱা সঞ্জীৱ মালক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ ৷

author img

By

Published : Aug 30, 2020, 12:43 PM IST

Sanjay Mal's Hooliganism, Deadly Attack On People
কৰিমগঞ্জত প্ৰাণঘাটি আক্ৰমণৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

কাছাৰ,30 আগষ্টঃ বিগত 25 আগষ্টত ধলাই আৰক্ষী চকীৰ অন্তৰ্গত মথুৰাপুৰৰ প্ৰদ্যুত বৰ্মন, ৰাজেন সিং আৰু তেখেতৰ মাতৃ হেমৰানী সিং, ভাতৃ শান্তিকুমাৰ সিং আৰু শত্ৰগ্ন কৈৰীৰ ওপৰত প্ৰাণঘাটি আক্ৰমণ চলাইছিল সঞ্জীৱ মাল আৰু তেখেতৰ গুণ্ডাবাহিনীয়ে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আটাইকেইগৰাকী ব্যক্তি ৷ ঘটনা সন্দৰ্ভত সঞ্জীৱ মাল আৰু তেখেতৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হয় যদিও আৰক্ষীয়ে দোষীক আটক কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত শনিবাৰে উত্তাল হৈ পৰে জাৰইলতলা আৰু মথুৰাতলা অঞ্চল ৷ আৰক্ষীক ঘটনাৰ তদন্ত কৰাৰ লগতে অভিযুক্ত সঞ্জীৱ মালক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে প্ৰায় দুই শতাধিক মহিলাই ৷

লগতে পঢ়ক-বন মাফিয়াৰ হাতোৰাত নিঃশেষ তৰাণি সংৰক্ষিত বনাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.