ETV Bharat / state

পুনৰ বিতৰ্কৰ আৱৰ্তত প্ৰাক্তন বিধায়িকা ড৹ ৰুমী নাথ - ৰুমী নাথ শেহতীয়া বাতৰি

এইবাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত মাৰপিটৰ ঘটনাৰ লগত জড়িত হোৱাৰ অভিযোগ প্ৰাক্তন বিধায়িকাগৰাকীৰ বিৰুদ্ধে ৷ আনহাতে,বৰখলাৰ একাংশ বিজেপি কৰ্মীৰ ওপৰত জপিয়াই পৰে ৰুমী নাথৰ লগত থকা উদণ্ড যুৱক ৷

Rumi Nath story
পুনৰ বিতৰ্কৰ আৱৰ্তত প্ৰাক্তন বিধায়িকা ড৹ ৰুমী নাথ
author img

By

Published : Dec 26, 2019, 5:11 AM IST

Updated : Dec 26, 2019, 9:06 AM IST

শিলচৰ, 25 ডিচেম্বৰঃ পুনৰ বিতৰ্কৰ আৱৰ্তত বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ডঃ ৰুমী নাথ ৷ এইবাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত মাৰপিটৰ ঘটনাৰ লগত জড়িত হোৱাৰ অভিযোগ প্ৰাক্তন বিধায়িকাগৰাকীৰ বিৰুদ্ধে ৷ আনহাতে,বৰখলাৰ একাংশ বিজেপি কৰ্মীৰ ওপৰত জপিয়াই পৰে ৰুমী নাথৰ লগত থকা উদণ্ড যুৱক ৷ বিজেপি কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি বৰখলা জাৰইলতোলাৰ এটা মন্দিৰত কিছুদিন পূৰ্বে সংঘটিত হৈছিল চুৰিকাণ্ড ৷ চুৰি কাণ্ডৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী অধীক্ষক জগদীশ দাসক লিখিত আবেদন জনাবলৈ কাৰ্যালয়লৈ আহিছিল বৰখলাৰ শতাধিক বিজেপি কৰ্মী ৷ কিন্তু আৰক্ষী বিষয়াৰ সৈতে আলোচনা চলি থকাৰ সময়তেই আকস্মিকভাৱে কাৰ্যালয়ত প্ৰৱেশ কৰে ৰুমী নাথ ৷ তাতেই দুয়ো পক্ষৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হয় ৷ পৰৱৰ্তী সময়ত হতাহতিত লিপ্ত হয় দুয়ো পক্ষ ৷

বিতৰ্কৰ আৱৰ্তত প্ৰাক্তন বিধায়িকা ড৹ ৰুমী নাথ

আনহাতে,বিজেপি কৰ্মী অমল নাথৰ অভিযোগ অনুসৰি,ৰুমী নাথৰ লগত যোৱা মাচুদ বৰভূঁঞা নামৰ যুৱক জনে ৰুমীৰ নিৰ্দেশত প্ৰথমে বিজেপি কৰ্মী অমল নাথক আক্ৰমণ কৰে ৷ বিজেপি কৰ্মী সকলে অমল নাথক ৰক্ষা কৰিবলৈ যোৱাত ৰুমী বাহিনীয়ে বিজেপিৰ কেবাগৰাকী মহিলাক আক্ৰমণ কৰি শ্লীলতা হানি কৰাৰো অভিযোগ উত্থাপন কৰে বিজেপী কৰ্মীগৰাকীয়ে ৷

লগতে পঢ়ক- নাগৰিকত্ব সংশোধিনী আইনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত প্ৰতিবাদ

Intro:নিউজ শিলচৰ,25ডিচেম্বৰ- পুনৰ বিতৰ্কত বৰখলাৰ প্ৰাক্তন বিধায়িকা ডাঃ ৰুমী নাথ ৷ এইবাৰ এছ পি অফিছ চৌহদত মাৰপিটৰ ঘটনাত জৰিত হল ডাঃ ৰুমী নাথ ৷ বৰখলাৰ একাংশ বিজেপি কৰ্মীৰ ওপৰত জপিয়াই পৰিল ৰুমী নাথৰ লগত থকা উদণ্ড যুৱক ৷ দুয়োপক্ষৰ মাৰপিট গৈ কুৰুক্ষেত্ৰত পৰিনত হল শিলচৰৰ এছ পি অফিছ ৷ মঙলবাৰে আবেলি এছ পি অফিছ চৌহদত সংঘটিত হল ৰুমী বাহিনী আৰু বিজেপি বাহিনীৰ মাজৰ প্ৰচণ্ড মাৰপিট ৷
এয়া মঙলবাৰে শিলচৰৰ এছ পি অফিছৰ চৌহদৰ দৃশ্য ৷ বৰখলাৰ প্ৰাক্তন বিধায়িকা ডাঃ ৰুমী নাথ আৰু বৰখলা সমষ্টিৰ একাংশ বিজেপি কৰ্মীৰ মাজত হতাহতি আৰু মাৰপিটৰ দৃশ্য ৷ বিজেপি কৰ্মী সকলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে, বৰখলা জাৰইলতোলাৰ এটা মন্দিৰত অলপতে সংঘটিত চুৰি কাণ্ডৰ অপৰাধী সকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত এএছ পি জগদীশ দাসক লিখিত আবেদন জনাবলৈ এছপি অফিছলৈ আহিছিল বৰখলাৰ শতাধিক বিজেপি কৰ্মী ৷ আৰক্ষী বিষয়াৰ সৈতে বিজেপি কৰ্মী সকলে আলোছনা কৰি থকা সময়তে আকষ্মিক ভাবে ৰুমী নাথ প্ৰবেশ কৰে আৰক্ষী বিষয়া জগদীশ দাসৰ কাৰ্যলয়ত ৷ তাতেই দুয়ো পক্ষৰ তৰ্কাতৰ্কী আৰম্ভ হয় ৷ এটা সময়ত দুয়ো পক্ষ বাহিৰলৈ ওলাই আহে আৰু তৰ্কাতৰ্কী, হতাহতি আৰু এটা সময়ত মাৰপিটত জৰিত হৈ পৰে দুয়ো পক্ষ ৷ বিজেপি কৰ্মী অমল নাথৰ অভিযোগ অনুসৰি, ৰুমী নাথৰ লগত যোৱা মাচুদ বৰভুঞা নামৰ যুৱক জনে ৰুমীৰ নিৰ্দেশত প্ৰথমে বিজেপি কৰ্মী অমল নাথক আক্ৰমণ কৰে ৷ ইয়াতে হতভম্ব বিজেপি কৰ্মী সকলে অমল নাথক ৰক্ষা কৰিবলৈ যোৱাত ৰুমী বাহিনীয়ে বিজেপিৰ কেবাগৰাকী মহিলাক আক্ৰমণ কৰি শ্লীলতা হানি কৰে ৷ byte -1,2 Amal Nath,
Byte- ladies
বিজেপি কৰ্মী সকলে ৰুমী বাহিনীক দোষী বুলি অভিযোগ কৰিলেও বিজেপি কৰ্মী সকলেও প্ৰত্যাক্ৰমণ কৰে মাচুদ বৰভুঞাক ৷ পৰিস্হিতি নিয়ন্ত্ৰণ কৰিবলৈ এছ পি অফিছৰ আৰক্ষী উপস্হত হয় যদিও আৰক্ষীৰ সন্মুখতে বিজেপি কৰ্মী অমল নাথ সহ বিজেপি কৰ্মী সকলে মাচুদক আক্ৰমণ কৰে ৷ সেয়া এই দৃশ্য ৷
ইফালে, বিজেপি কৰ্মী অমল নাথে ৰুমী নাথ আৰু মাচুদ বৰভুঞাক অভিযুক্ত কৰি শিলচৰ সদৰ থানাত এটি গোচৰ ৰুজু কৰিছে ৷ byte- Amal
Body:নিউজ শিলচৰ,25ডিচেম্বৰ- পুনৰ বিতৰ্কত বৰখলাৰ প্ৰাক্তন বিধায়িকা ডাঃ ৰুমী নাথ ৷ এইবাৰ এছ পি অফিছ চৌহদত মাৰপিটৰ ঘটনাত জৰিত হল ডাঃ ৰুমী নাথ ৷ বৰখলাৰ একাংশ বিজেপি কৰ্মীৰ ওপৰত জপিয়াই পৰিল ৰুমী নাথৰ লগত থকা উদণ্ড যুৱক ৷ দুয়োপক্ষৰ মাৰপিট গৈ কুৰুক্ষেত্ৰত পৰিনত হল শিলচৰৰ এছ পি অফিছ ৷ মঙলবাৰে আবেলি এছ পি অফিছ চৌহদত সংঘটিত হল ৰুমী বাহিনী আৰু বিজেপি বাহিনীৰ মাজৰ প্ৰচণ্ড মাৰপিট ৷
এয়া মঙলবাৰে শিলচৰৰ এছ পি অফিছৰ চৌহদৰ দৃশ্য ৷ বৰখলাৰ প্ৰাক্তন বিধায়িকা ডাঃ ৰুমী নাথ আৰু বৰখলা সমষ্টিৰ একাংশ বিজেপি কৰ্মীৰ মাজত হতাহতি আৰু মাৰপিটৰ দৃশ্য ৷ বিজেপি কৰ্মী সকলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে, বৰখলা জাৰইলতোলাৰ এটা মন্দিৰত অলপতে সংঘটিত চুৰি কাণ্ডৰ অপৰাধী সকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত এএছ পি জগদীশ দাসক লিখিত আবেদন জনাবলৈ এছপি অফিছলৈ আহিছিল বৰখলাৰ শতাধিক বিজেপি কৰ্মী ৷ আৰক্ষী বিষয়াৰ সৈতে বিজেপি কৰ্মী সকলে আলোছনা কৰি থকা সময়তে আকষ্মিক ভাবে ৰুমী নাথ প্ৰবেশ কৰে আৰক্ষী বিষয়া জগদীশ দাসৰ কাৰ্যলয়ত ৷ তাতেই দুয়ো পক্ষৰ তৰ্কাতৰ্কী আৰম্ভ হয় ৷ এটা সময়ত দুয়ো পক্ষ বাহিৰলৈ ওলাই আহে আৰু তৰ্কাতৰ্কী, হতাহতি আৰু এটা সময়ত মাৰপিটত জৰিত হৈ পৰে দুয়ো পক্ষ ৷ বিজেপি কৰ্মী অমল নাথৰ অভিযোগ অনুসৰি, ৰুমী নাথৰ লগত যোৱা মাচুদ বৰভুঞা নামৰ যুৱক জনে ৰুমীৰ নিৰ্দেশত প্ৰথমে বিজেপি কৰ্মী অমল নাথক আক্ৰমণ কৰে ৷ ইয়াতে হতভম্ব বিজেপি কৰ্মী সকলে অমল নাথক ৰক্ষা কৰিবলৈ যোৱাত ৰুমী বাহিনীয়ে বিজেপিৰ কেবাগৰাকী মহিলাক আক্ৰমণ কৰি শ্লীলতা হানি কৰে ৷ byte -1,2 Amal Nath,
Byte- ladies
বিজেপি কৰ্মী সকলে ৰুমী বাহিনীক দোষী Conclusion:দুইফালৰ পৰা এফ আই আর কৰা হৈছে ।বিষয় টু প্ৰশাসন কি কৰে চাবলৈ আছে।
Last Updated : Dec 26, 2019, 9:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.