ETV Bharat / state

বৰখলাৰ পশ্চিম জাৰইলতলাত পথৰ দুৰৱস্থা

পথছোৱাৰ এই দুৰৱস্থাৰ ফলত যমৰ যাতন ভুগি আহিছে স্থানীয় ৰাইজে ৷ বিগত তিনি মাহ পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰামীন বিকাশ যোজনাৰ অধীনত পথছোৱাৰ মেৰামতিৰ বাবে কতৃপক্ষই ধন আবন্টন দিছিল ৷

author img

By

Published : Jun 9, 2019, 10:16 AM IST

বৰখলাৰ পশ্চিম জাৰইলতলাত পথৰ দূৰৱস্থা

কাছাৰ, 9 জুনঃ ক্ৰমাৎ মৃত্যুদূতত পৰিণত হৈছে কাছাৰ জিলাৰ বৰখলাৰ পশ্চিম জাৰইলতলাৰ যাতায়ত পথছোৱা ৷ পথছোৱাৰ এই দুৰৱস্থাৰ ফলত যমৰ যাতন ভুগি আহিছে স্থানীয় ৰাইজে ৷ বিগত তিনি মাহ পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰামীন বিকাশ যোজনাৰ অধীনত পথছোৱাৰ মেৰামতিৰ বাবে কতৃপক্ষই ধন আবন্টন দিছিল ৷

বৰখলাৰ পশ্চিম জাৰইলতলাত পথৰ দূৰৱস্থা

কিন্তু বৰ্তমানলৈ পথছোৱা নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো কাম হাতত নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়ে উক্ত বিষয় সন্দৰ্ভত ৰাইজে বিভাগীয় কৰ্তৃপক্ষকো অভিযোগ দাখিল কৰে যদিও কোনো ব্যৱস্থা লোৱা নাই বিভাগীয় কতৃপক্ষই৷

Intro:NEWS Silchar... কাছাৰ জিলাৰ বৰখলাৰ পশ্চিম জাৰইলতলাৰ এই পথটোত ইয়াৰ স্থানীয় ৰাইজৰ বাবে এতিয়া মৃত্যুদুতত পৰিনত হৈছে ৷Body:NEWS Silchar.... কাছাৰ জিলাৰ বৰখলাৰ পশ্চিম জাৰইলতলাৰ এই পথটোত ইয়াৰ স্থানীয় ৰাইজৰ বাবে এতিয়া মৃত্যুদুতত পৰিনত হৈছে ৷ পথটোৰ বেহাল অবস্থাৰ বাবে যাতায়াতত বহু অসুবিধাৰ সম্মুখত পৰিব লগা হৈছে ৰাইজৰ ৷ বেহাল পথটোৰ পলত ৰোগী সকলক লৈ যোৱা অহাত বহু অসুবিধা হৈছে ৷ যোৱা তিনি মাহ আগত এই পথটোৰ কামৰ বাবে PMGSY ৰ অধিনত টকা বৰাদ্দ হলে ও অৰ্ধেক কাম কৰি আৰু কামৰ কোনো খবৰ নাই ৷ এয়া লৈ স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ ও দাখিল কৰিছে ৷ কিন্তু এতিয়া লৈকে বিভাগীয় কৰ্তৃপক্ষয় একো ব্যবস্থা লোৱা নাই বুলি স্থানীয় ৰাইজৰ অভিযোগ ৷Conclusion:NEWS Silchar....কাছাৰ জিলাৰ বৰখলাৰ পশ্চিম জাৰইলতলাৰ এই পথটোত ইয়াৰ স্থানীয় ৰাইজৰ বাবে এতিয়া মৃত্যুদুতত পৰিনত হৈছে ৷ পথটোৰ বেহাল অবস্থাৰ বাবে যাতায়াতত বহু অসুবিধাৰ সম্মুখত পৰিব লগা হৈছে ৰাইজৰ ৷ বেহাল পথটোৰ পলত ৰোগী সকলক লৈ যোৱা অহাত বহু অসুবিধা হৈছে ৷ যোৱা তিনি মাহ আগত এই পথটোৰ কামৰ বাবে PMGSY ৰ অধিনত টকা বৰাদ্দ হলে ও অৰ্ধেক কাম কৰি আৰু কামৰ কোনো খবৰ নাই ৷ এয়া লৈ স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ ও দাখিল কৰিছে ৷ কিন্তু এতিয়া লৈকে বিভাগীয় কৰ্তৃপক্ষয় একো ব্যবস্থা লোৱা নাই বুলি স্থানীয় ৰাইজৰ অভিযোগ ৷
Bite... 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.