ETV Bharat / state

উধাৰবন্দ নেট্ৰিপৰ সম্মুখত ইভিএম উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Apr 2, 2021, 10:53 AM IST

Updated : Apr 2, 2021, 11:55 AM IST

উধাৰবন্দ নেট্ৰিপৰ সম্মুখত উত্তেজনা । ৩খন বাহনত ইভিএম উদ্ধাৰ কৰে স্থানীয় ৰাইজে ।

উধাৰবন্দ নেট্ৰিপৰ সম্মুখত ইভিএম উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি
উধাৰবন্দ নেট্ৰিপৰ সম্মুখত ইভিএম উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি

শিলচৰ, 2এপ্ৰিল: ইভিএম মেচিন উদ্ধাৰক লৈ বৃহস্পতিবাৰে নিশা উত্তপ্ত হৈ পৰিল উধাৰবন্দৰ নেট্ৰিপ ৷ স্থানীয় ৰাইজে নিশা ৩খন বাহনত উদ্ধাৰ কৰে কেইবাটাও ইভিএম মেচিন ৷

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, উদ্ধাৰ হোৱা ইভিএম মেচিন সমূহ ৰদ-বদলৰ উদ্দেশ্যে অনা হৈছে ৷ আনহাতে, নিৰাপত্তাৰক্ষীৰ ভাষ্য অনুসৰি বৰখলা ব্লকৰ পৰা এই ইভিএম মেচিন সমূহ অনা হৈছে ৷

এই ঘটনাক কেন্দ্ৰ কৰি নিশা উত্তপ্ত হৈ পৰে উধাৰবন্দ নেট্ৰিপৰ ৷ ইফালে নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হয় ৷

লগতে পঢ়ক: কৰিমগঞ্জৰ কানিশাইলত বিজেপি বিধায়কৰ বাহনত ইভিএম উদ্ধাৰক লৈ উত্তেজনা

Last Updated : Apr 2, 2021, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.