ETV Bharat / state

NRCত নাম অহাৰ পাচতো ৮২ জন ভাৰতীয়ক আৰক্ষীৰ জাননী - ৰাজদীপ ৰায়

কাছাৰৰ কাটিগৰা সমষ্টিত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক লৈ ক্ষোভ প্ৰকাশ শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ৰ

NRCত নাম অহাৰ পাচতো ৮২ জন ভাৰতীয়ক আৰক্ষীৰ জাননী
author img

By

Published : Sep 14, 2019, 9:19 PM IST

কাছাৰ,14 চেপ্তেম্বৰঃ NRCত নাম অহাৰ পাচতো বিদেশী ন্যায়াধীকৰণত হাজিৰ হ'বলৈ ৮২ জন ভাৰতীয় নাগৰিকক আৰক্ষীৰ জাননী ৷ কাছাৰৰ কাটিগৰা সমষ্টিত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিলে শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ে ৷ এনে ঘটনাক দুখজনক আখ্যা দিয়াৰ উপৰিও আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ লগত কথা পতা বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

NRCত নাম অহাৰ পাচতো ৮২ জন ভাৰতীয়ক আৰক্ষীৰ জাননী

কাছাৰ,14 চেপ্তেম্বৰঃ NRCত নাম অহাৰ পাচতো বিদেশী ন্যায়াধীকৰণত হাজিৰ হ'বলৈ ৮২ জন ভাৰতীয় নাগৰিকক আৰক্ষীৰ জাননী ৷ কাছাৰৰ কাটিগৰা সমষ্টিত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিলে শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ে ৷ এনে ঘটনাক দুখজনক আখ্যা দিয়াৰ উপৰিও আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ লগত কথা পতা বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

NRCত নাম অহাৰ পাচতো ৮২ জন ভাৰতীয়ক আৰক্ষীৰ জাননী
Intro:NEWS Silchar 14.September ...কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ বিভিন্ন ঠাইত, নাগৰিক পঞ্জীত নাম অহাৰ পিছত আকৌ বিদেশী ন্যায়াধিকৰণত হাজিৰা দিবলৈ ৮২ জন ভাৰতীয় নাগৰিকক পুলিচ জাননী জাৰি কৰিছে । Body:NEWS Silchar 14.September ...কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ বিভিন্ন ঠাইত, নাগৰিক পঞ্জীত নাম অহাৰ পিছত আকৌ বিদেশী ন্যায়াধিকৰণত হাজিৰা দিবলৈ ৮২ জন ভাৰতীয় নাগৰিকক পুলিচ জাননী জাৰি কৰিছে । এই ঘটনা লৈ ক্ষোভ প্ৰকাশৰ কৰি শিলচৰৰ সাংসদ ড, ৰাজদীপ ৰায়ে কয়, এইবোৰ ঘটনা দুঃখজনক । এনে হব না লাগে। পুলিচ সংবেদনশীল এই বিষয় লৈ যথেষ্ট সচেতন হব লাগিছিল । তেওঁ দক্ষিণ অসমৰ ডিআইজি দত্ত আৰু আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ লগত কথা পাতিছে বুলি জনাই কয়, পুলিচ এইবোৰ পুৰণি মামলা বুলি জনাইছে । তেওঁ কয় যি হোক, নাগৰিক পঞ্জীত নাম অহাৰ পিছত আকৌ বিদেশী ন্যায়াধিকৰণ জাননী জাৰি কৰা সঠিক হোৱা নাই, তেওঁ লোকে সহজে যেনে বিদেশী ন্যায়াধিকৰণৰ পৰা ৰেহাই পাব পাৰে তাৰ বাবে ব্যবস্থা লবলৈ তেওঁ পুলিচক কৈছে বুলি জনাইছে । ---বাইটConclusion:NEWS Silchar 14.September ...কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ বিভিন্ন ঠাইত, নাগৰিক পঞ্জীত নাম অহাৰ পিছত আকৌ বিদেশী ন্যায়াধিকৰণত হাজিৰা দিবলৈ ৮২ জন ভাৰতীয় নাগৰিকক পুলিচ জাননী জাৰি কৰিছে । এই ঘটনা লৈ ক্ষোভ প্ৰকাশৰ কৰি শিলচৰৰ সাংসদ ড, ৰাজদীপ ৰায়ে কয়, এইবোৰ ঘটনা দুঃখজনক । এনে হব না লাগে। পুলিচ সংবেদনশীল এই বিষয় লৈ যথেষ্ট সচেতন হব লাগিছিল । তেওঁ দক্ষিণ অসমৰ ডিআইজি দত্ত আৰু আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ লগত কথা পাতিছে বুলি জনাই কয়, পুলিচ এইবোৰ পুৰণি মামলা বুলি জনাইছে । তেওঁ কয় যি হোক, নাগৰিক পঞ্জীত নাম অহাৰ পিছত আকৌ বিদেশী ন্যায়াধিকৰণ জাননী জাৰি কৰা সঠিক হোৱা নাই, তেওঁ লোকে সহজে যেনে বিদেশী ন্যায়াধিকৰণৰ পৰা ৰেহাই পাব পাৰে তাৰ বাবে ব্যবস্থা লবলৈ তেওঁ পুলিচক কৈছে বুলি জনাইছে । ---বাইট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.