ETV Bharat / state

দলীয় কন্দলে বৰখলাত বিপদত পেলালে বিজেপিক : যুব মৰ্চা - বিজেপি প্ৰাৰ্থী আমলেন্দু দাস

বৰখলা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ পৰাজয়ৰ মূল কাৰণ দলীয় কন্দল বুলি অভিযোগ বৰখলা বিজেপি যুব মৰ্চাৰ ৷ ৰাজদীপ ৰায় আৰু কৌশিক ৰায়ৰ কাৰণে পৰাজিত হৈছিল বিজেপি প্ৰাৰ্থী আমলেন্দু দাস ৷

borkhola-bjp-yuba-marcha-press-meet-in-favour-of-mla-kishor-nath
বৰখোলা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হাৰৰ মূলতে দলীয় কন্দল: বৰখোলা বিজেপি যুব মৰ্চা
author img

By

Published : May 9, 2021, 10:29 PM IST

কাছাৰ, 9মে': কাছাৰৰ বৰখলা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ পৰাজয়ৰ মূল কাৰণ আছিল দলীয় কন্দল ৷ এই অভিযোগ বৰখলা বিজেপি যুব মৰ্চাৰ ৷ ৰাজদীপ ৰায় আৰু কৌশিক ৰায়ৰ কাৰণে পৰাজয় হৈছিল বিজেপি প্ৰাৰ্থী আমলেন্দু দাসৰ ৷ ৰাজদীপ ৰায় আৰু কৌশিক ৰায় এবোৰো নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ বৰখলা বিধানসভা সমষ্টিলৈ অহা নাই বুলি উল্লেখ কৰে যুৱ মৰ্চাৰ সদস্য সকলে ৷

দলীয় কন্দলে বৰখলাত বিপদত পেলালে বিজেপিক : যুব মৰ্চা

আনহাতে বিধায়ক কিশোৰ নাথক টিকত নিদিয়াতো তেওঁলোকৰ হাত আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ বৰখলা বিজেপি যুৱ মৰ্চাৰ মতে কিশোৰ নাথক টিকত দিয়া হলে তেওঁৰ জয় নিশ্চিন্ত আছিল । সমষ্টিটোত বিজেপি পৰাজয়ৰ মূলতে ৰাজদীপ ৰায় আৰু কৌশিক বুলি অভিযোগ কৰে বৰখলা বিজেপি যুৱ মৰ্চাই ৷

লগতে পঢ়ক : নতুন মন্ত্ৰীসভাত অগপৰ তিনি বিধায়কে পাব মন্ত্ৰীত্ব : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.