শিলচৰ, 18 নৱেম্বৰ : শিলচৰ চহৰৰ মাজমজিয়াত থকা বিলপাৰত পুলিচে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৷ কাছাৰ জিলাৰ DSP আশ্চৰ্য জীৱন বৰুৱাৰ নেতৃত্বত চলা এই অভিযানত আটক হয় ৰাজ দাস নামৰ এজন ব্যক্তিৰ লগতে এজন কিশোৰ ৷ তথ্য অনুসৰি উদ্ধাৰ কৰা নিচাযুক্ত সামগ্ৰীখিনীৰ মূল্য প্ৰায় ষাঠি লক্ষাধিক টকা ৷ বিগত বহু দিনৰ পৰা জিলাখনত গোপনে ড্ৰাগছৰ বেহা চলি থকাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷
শিলচৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য - Drugs Recovered
কাছাৰ জিলাৰ DSP আশ্চৰ্য জীৱন বৰুৱাৰ নেতৃত্বত চলা এই অভিযানত আটক হয় ৰাজ দাস নামৰ এজন ব্যক্তিৰ লগতে এজন কিশোৰ ৷
বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য
শিলচৰ, 18 নৱেম্বৰ : শিলচৰ চহৰৰ মাজমজিয়াত থকা বিলপাৰত পুলিচে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৷ কাছাৰ জিলাৰ DSP আশ্চৰ্য জীৱন বৰুৱাৰ নেতৃত্বত চলা এই অভিযানত আটক হয় ৰাজ দাস নামৰ এজন ব্যক্তিৰ লগতে এজন কিশোৰ ৷ তথ্য অনুসৰি উদ্ধাৰ কৰা নিচাযুক্ত সামগ্ৰীখিনীৰ মূল্য প্ৰায় ষাঠি লক্ষাধিক টকা ৷ বিগত বহু দিনৰ পৰা জিলাখনত গোপনে ড্ৰাগছৰ বেহা চলি থকাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷
Intro:Huge Drugs RecoveredBody:Huge Drugs Recovered
আজি শিলচৰ চহৰৰ মাঝমঝিয়াত থকা বিলপাৰৰ এটা ঠাইত পুলিচ অভিযান চলাই বিপুল পৰিমাণৰ নিষিদ্ধ নেশা সামগ্ৰী আটক কৰি বলৈ সমৰ্থ হৈছে। জানিব পৰা গৈছে, কাছাৰ আৰক্ষীৰ ডিএছপি আশ্চৰ্য জীৱন বৰুৱাৰ নেতৃত্বত পুলিচ এটা অভিযান চলাই ২৩৭০০ টো ইয়াব্বা টেবলেট জব্দ কৰিছে। এইবোৰ টেবলেটৰ বজাৰ মূল্য প্ৰায় ষাঠি লক্ষ টকা হব বুলি জানিব পৰা গৈছে। ৰাজ দাস নামৰ এজন তিৰিশ বছৰীয়া ব্যক্তি কিষন দাস নামৰ উনিশ বছৰীয়া এজন ছাত্ৰক এইবোৰ টেবলেট দিবলৈ আহিছিল। পুলিচ দুজনক আটক কৰিছে বুলি জনোৱা হৈছে। ---- বাইটConclusion:Bite ASP