ETV Bharat / state

শিলচৰত ফাৰ্মাচীৰ পৰা চোৰে লুটিলে ম'বাইল

শিলচৰত পুনৰ ম'বাইল চুৰিৰ ঘটনা ৷ দোকানৰ পৰা চোৰে নিলে ম'বাইল ৷ চি টিভিত ধৰা পৰে সমগ্ৰ দৃশ্য ৷

Mobile phone stolen from pharmacy in Silchar
শিলচৰত ফাৰ্মাচীৰ পৰা চোৰে লুটিলে ম'বাইল
author img

By

Published : Nov 11, 2020, 12:12 PM IST

কাছাৰ, 11 নৱেম্বৰ : শিলচৰত চি টিভিৰ ফুটেজত ধৰা পৰিল ম'বাইল চুৰিৰ নতুন কাণ্ড ৷ পাৰ্কৰোডৰ এখন ফাৰ্মাচীৰ পৰা চোৰে নতুন কায়দাৰে চুৰি কৰি নিয়ে ম'বাইল ৷

উল্লেখ্য যে,ফাৰ্মাচীখনত এজন লোকে ম'বাইলটো টেবুলৰ ওপৰত ৰাখি অন্য কামত ব্যস্ত হৈ আছিল ৷ তেনে সময়তে পিছফালৰ পৰা এজন যুৱক আহি টেবুলৰ ওপৰৰ পৰা ম'বাইলটো লৈ উধাও হয় ৷ পৰৱৰ্তী সময়ত চি টিভিৰ ফুটেজ চেক কৰাত ধৰা পৰে চুৰিৰ সকলো কাণ্ড ৷

লগতে পঢ়ক : নিৰ্বাচনত বিজপিক সমৰ্থন কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ টুইট ৰাইজলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.