ETV Bharat / state

মন্ত্ৰী সন্তোষ মোহন দেবে বৰাকত সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছিল : আমিনুল হক লস্কৰ

author img

By

Published : Dec 14, 2020, 10:26 AM IST

Updated : Dec 14, 2020, 10:40 AM IST

বৰাকৰ প্ৰয়াত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী সন্তোষ মোহন দেবক সমালোচনা বিধায়ক আমিনুল হক লস্কৰৰ ৷ 80ৰ দশকত প্ৰয়াত দেবে বৰাক উপত্যকাত সাম্প্রদায়িকতাৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক আমিনুল হক লস্কৰে ৷

mla aminul haque laskar criticised
বিধায়ক আমিনুল হক লস্কৰৰ সমালোচনা

শিলচৰ,14 ডিচেম্বৰ : দেওবাৰে বৰাকৰ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী সন্তোষ মোহন দেবৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিধায়ক আমিনুল হক লস্কৰে ৷ বিধায়ক লস্কৰৰ অভিযোগ অনুসৰি, 80ৰ দশকত প্ৰয়াত মন্ত্ৰী সন্তোষ মোহন দেবে বৰাক উপত্যকাত সাম্প্রদায়িকতাৰ ৰাজনীতি কৰিছিল ৷

mla aminul haque laskar criticised
বিধায়ক আমিনুল হক লস্কৰৰ সমালোচনা

সোনাই মণ্ডল বিজেপি কমিটীৰ উদ্যোগত অনুষ্ঠিত কর্মীসভাত দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে, বিজেপিয়ে সাম্প্রদায়িকতাৰ ৰাজনীতি নকৰে । বৰাকৰ প্ৰয়াত প্ৰাক্তন কংগ্রেছী মন্ত্রী সন্তোষ মোহন দেবৰ সময়তেই বৰাকত সাম্প্রদায়িক ৰাজনীতিৰ আগমন ঘটিছে বুলি বিধায়ক লস্কৰে কটাক্ষ কৰে ৷

লগতে পঢ়ক : কলিতা জনগোষ্ঠীক অৱহেলা কৰাৰ অভিযোগেৰে ডুমডুমাত ৰাজহুৱা সভা

Last Updated : Dec 14, 2020, 10:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.