ETV Bharat / state

কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ' - কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ'

শিলচৰৰ গণ আওৱাজ মূদ্ৰণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ প্ৰদান 'দুৰ্নীতি পুৰষ্কাৰ' ৷ প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তা সুজিত কুমাৰ চন্দে পাঁচ হাজাৰকৈ মুঠ দহ হাজাৰ টকা কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক ‘দুৰ্নীতি পুৰস্কাৰ’ হিচাপে প্ৰদান কৰে ৷

Memorandum to Cachar district administration and state government
কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ'
author img

By

Published : Feb 18, 2020, 11:07 PM IST

শিলচৰ, 18 ফেব্ৰুৱাৰীঃ শিলচৰৰ গণ আৱাজ মূদ্ৰণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ প্ৰদান 'দুৰ্নীতি পুৰষ্কাৰ' ৷ প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তা সুজিত কুমাৰ চন্দে পাঁচ হাজাৰকৈ মুঠ দহ হাজাৰ টকা কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক ‘দুৰ্নীতি পুৰস্কাৰ’ হিচাপে প্ৰদান কৰে ৷

Memorandum to Cachar district administration and state government
কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ'

উল্লেখ্য যে, সুজিত কুমাৰ চন্দৰ অভিযোগৰ ভিত্তিতেই কাছাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়া এজন আটক কৰা হৈছিল ৷

কিন্তু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ৷ যাৰ ফলত ক্ষোভিত হৈ সুজিত কুমাৰ চন্দে দুৰ্নীতি মুক্ত হোৱাৰ শ্ল’গান দিয়া শাসনাধীন চৰকাৰখন আৰু কাছাৰ জিলা প্ৰশাসনক এই পুৰস্কাৰেৰে সন্মানিত কৰে ৷

লগতে পঢ়ক-ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ তথা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী অভিজিৎ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.