ETV Bharat / state

"ম'বাইল গেম"ৰ বাবেই পেট্ৰ'ল ঢালি জ্বলালে যুৱকক - ম'বাইলৰ গেম

অৱস্থা সংকটজনক

game partner on fire
author img

By

Published : Mar 9, 2019, 2:14 PM IST

কাছাৰ , 9 মাৰ্চ : "ম'বাইলগেম"ৰ বাবেই কাছাৰত অগ্নিদগ্ধ হ'ল যুৱক ৷ খেলক লৈ সূত্ৰপাত হোৱা বিবাদক লৈ খেলৰ সংগীয়ে পেট্ৰ'ল ঢালি জ্বলাই দিলে যুৱকক ৷

game partner on fire

ঘটনা অনুসৰি শুকুৰবাৰে সন্ধিয়া জনি নাথ চৌধুৰী নামৰ লোকজন আৰু এজন লোকে মোবাইল ফোনত বাজি (জুৱা ) লগাই লুডু খেলি থকাৰ সময়তে দুয়োজনৰ মাজত বিবাদৰ সূত্ৰপাত হয় ৷ খেলৰ সঙ্গীজনে কাষতে থকা বাইকখনৰ পৰা পেট্ৰ'ল ঢালি জ্বলাই দিয়ে জনি নাথক ৷ অগ্নিদগ্ধ অৱস্থাত স্থানীয় লোক জনিক উদ্ধাৰ কৰি ধলাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰকলৈ লৈ যায় যদিও অৱস্থা অধিক সংকটজনক হৈ পৰাত চিকিৎসকে তেওঁক শিলচৰ মেডিকেল হাস্পতাললৈ স্থানান্তৰ কৰে ব্যক্তিগৰাকীক ৷

Breaking News
কাছাৰ জিলাৰ ধলাইত এক ভয়ংকৰ ঘটনা সংগঠিত হল শুক্ৰবাৰ সন্ধিয়া ৷জুৱা খেলত টকাৰ বিবাদ লৈ এক যুবকৰ শৰীৰত পেট্ৰল ডালি জুই লগাই দিলে এক জুৱাৰিয়ে ৷ যুবকজনৰ নাম জনি নাথ চৌধুৰী ৷ 
জনি আৰু তেওঁৰ এজন সঙ্গীয়ে মোবাইল ফোনত বাজি (জুৱা ) লগাই lodu খেলি আছিল ৷খেলি থকাৰ সময়ত ত টকা লই দুজনৰ মাজত কাজিয়া লাগে, পিচত জনিৰ সঙ্গীয়ে কাছত থকা এখন বাইকৰ পৰা পেট্ৰল উলাই জনিৰ শৰীৰত পেট্ৰল ঢালি জুই লগাই দেয় ৷ অবস্থা বেয়া দেখি ঘটনাস্থলীৰ পৰা পলাই যায় যুবকজন ৷ অগ্নি দগ্ধ অবস্থাত স্থানীয় ৰাইজে জনিক প্ৰথমত ধলাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত লই যায় ৷ পিচত অবস্থা গুৰুতৰ থকায় শিলচৰ মেডিকেল কলেজ হাস্পতালত স্থানান্তৰ কৰা হয় ৷
Footage from
Slug Silchar Story 1/2/3/4
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.