- ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান (Ganja seized in Cachar)
- শেহতীয়াকৈ বৰাক উপত্যকাতো দেখিবলৈ পোৱা গৈছে নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা
- বুধবাৰে নিশা কাছাৰৰ পাচগ্ৰামৰ পৰা গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী
- আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে সুনীল কুমাৰ সাংহা আৰু মিঠুন সাহা (Man arrested with Ganja)
- আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ যৌথ অভিযানত জব্দ হয় গাঞ্জাখিনি
- সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে পাচগ্রাম আৰক্ষী জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুই সৰবৰাহকাৰী
কাছাৰৰ পাচগ্ৰামত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী - Ganja seized
বুধবাৰে নিশা কাছাৰৰ পাচগ্ৰামৰ পৰা গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Ganja seized in Cachar) ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে সুনীল কুমাৰ সাংহা আৰু মিঠুন সাহা ৷ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ যৌথ অভিযানত জব্দ হয় গাঞ্জাখিনি ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

পাচগ্রাম আৰক্ষী জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুই সৰবৰাহকাৰী