ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা চান্দা কালেকচনৰ মাষ্টৰ: লুৰিণ জ্যোতি গগৈ

author img

By

Published : Feb 17, 2021, 10:01 PM IST

'অসম জাতীয় পৰিষদ'ৰ উদ্যোগত কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ উজান তাৰাপুৰত বিশাল গণ সমাবেশ অনুষ্ঠিত হয় ৷ যত উপস্থিত আছিলে 'অসম জাতীয় পৰিষদ'ৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভুঞাসহ 'অসম জাতীয় পৰিষদ'ৰ নেতাকৰ্মী সকল ৷

lurin-jyoti-visit-silchar
হিমন্ত বিশ্ব শৰ্মা চান্দা কালেকচনৰ মাষ্টৰ: লুৰিণ জ্যোতি গগৈ

শিলচৰ, 17 ফেব্ৰুৱাৰী : 'অসম জাতীয় পৰিষদ'ৰ উদ্যোগত কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ উজান তাৰাপুৰত বিশাল গণ সমাবেশ অনুষ্ঠিত হয় ৷ যত উপস্থিত আছিল 'অসম জাতীয় পৰিষদ'ৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভুঞাসহ 'অসম জাতীয় পৰিষদ'ৰ নেতাকৰ্মী সকল ৷

লুৰিণ জ্যোতি গগৈৰ মন্তব্য

পুৱা বিশাল বাইক ৰেলীৰে যোগেদি 'অসম জাতীয় পৰিষদ'ৰ কৰ্মী সকলে লুৰিণজ্যোতি গগৈ সহ দলীয় নেতা সকলক শিলচৰৰ পৰা উজানতাৰাপুৰস্থিত সভাস্থলীলৈ লৈ আহে ৷ বিশাল এই গণ সমাবেশত উপস্থিত সকলোৱে বিজেপি আৰু কংগ্ৰেছৰ সমালোচনা কৰি তেওঁলোকৰ বক্তব্য প্ৰদান কৰে ৷

সভাৰ পৰা লুৰিণজ্যোতি গগৈয়ে চান্দা লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, হিমন্ত হ'ল চান্দা কালেকচনৰ মাষ্টৰ ৷ চান্দা কেনেকৈ কালেকচন কৰিব লাগে তেওঁ ভালদৰে জানে ৷ হিমন্ত বিশ্ব শৰ্মাই চান্দা কালেকচনৰ এখন প্ৰতিষ্ঠান খুলিব লাগে বুলিও কটাক্ষ লুৰিণৰ ৷

লগতে পঢ়ক : বোকাজানত বৃহৎ পৰিমানৰ হেৰ’ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.