ETV Bharat / state

কৰিমগঞ্জত বন বিভাগৰ ৰহস্যজনক স্থিতি!

author img

By

Published : Jan 4, 2020, 3:45 PM IST

শনিবাৰে পুৱাৰ ভাগতে কৰিমগঞ্জৰ নৱনিযুক্ত ডি এফ অ' জাহনুৰ আলিয়ে অবৈধভাৱে শিল কঢ়িয়াই নিয়া সাতখনকৈ ডাম্পাৰ জব্দ কৰিছিল ৷ কিন্তু কিছু সময়ৰ পিছতেই আশ্বৰ্যজনকভাৱে ঘটনাস্থলীৰ পৰা নাইকীয়া হৈ পৰে পাঁচখনকৈ ডাম্পাৰ ৷ ঘটনাস্থলীত সাংবাদিক উপস্থিত হৈ মাত্ৰ দুখন ডাম্পাৰহে প্ৰত্যক্ষ কৰে ৷

Karimganj forest department seized dumper with illegal stone
কৰিমগঞ্জত বন বিভাগৰ ৰহস্যজনক স্থিতি

কৰিমগঞ্জ,4 জানুৱাৰীঃ কৰিমগঞ্জত বন বিভাগৰ ৰহস্যজনক স্থিতি ৷ ঘটনাস্থলীৰ পৰা নাইকিয়া হ’ল জব্দ কৰা অবৈধ শিল কঢ়িওৱা ডাম্পাৰ ৷ শনিবাৰে পুৱাৰ ভাগতে কৰিমগঞ্জৰ নৱনিযুক্ত ডি এফ অ' জাহনুৰ আলিয়ে অবৈধভাৱে শিল কঢ়িয়াই নিয়া সাতখনকৈ ডাম্পাৰ আটক কৰিছিল ৷ কিন্তু কিছু সময়ৰ পিছতেই আশ্বৰ্যজনকভাৱে ঘটনাস্থলীৰ পৰা নাইকিয়া হৈ পৰে পাঁচখনকৈ ডাম্পাৰ ৷ ঘটনাস্থলীত সাংবাদিক উপস্থিত হৈ মাত্ৰ দুখন ডাম্পাৰহে প্ৰত্যক্ষ কৰে ৷

কৰিমগঞ্জত বন বিভাগৰ ৰহস্যজনক স্থিতি

উল্লেখ্য যে,শনিবাৰে কৰিমগঞ্জৰ বাজাৰঘাট এলেকাত সাতখনকৈ অবৈধ শিল কঢ়িওৱা ডাম্পাৰ জব্দ কৰা হৈছিল। কোনো ধৰণৰ বৈধ নথি পত্ৰ নথকা ডাম্পাৰ কেইখনে কাছাৰৰ কালাইনৰ পৰা শিল কঢ়িয়াই আনিছিল। ডাম্পাৰকেইখন ৰহস্যজনকভাৱে নাইকিয়া হোৱা কথাই সম্প্ৰতি বন বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত কৰিছে ৷

জব্দ কৰা ডাম্পাৰকেইখনৰ নম্বৰ আছিল AS-11CC-6833, AS-11CC-5922,AS-11DC-4176,AS-11DC-0623, AS-11CC-2521. আৰু নম্বৰ নথকা ডাম্পাৰ আছিল দুখন । এই সন্দৰ্ভত সাংবাদিকে বনবিভাগৰ লোকক প্ৰশ্ন সোধাত গা এৰা মন্তব্য প্ৰকাশ কৰে বন বিষয়াই ৷

লগতে পঢ়ক-ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰীৰ সৈতে আটক অসমৰ যুৱক

Intro:Body:SLUG : FOREST OPERATION AGAINST SAND. 

কৰিমগঞ্জত বন বিভাগৰ ৰহস্যজনক অভিযান । পোৱাৰ ভাগত কৰিমগঞ্জৰ নৱনিযুক্ত DFO জাহনুৰ আলিয়ে অবৈধভাৱে শিল কঢ়িয়াই নিয়া সাতখনকৈ ডাম্পাৰ আটক কৰিছিল যদিও ইয়াৰ কিছু সময়ৰ পিছত ঘঠনাস্থলীৰ পৰা ৰহস্যজনক ভাবে উধাও হৈ যায় পাঁচটাকৈ ডাম্পাৰ । সাংবাদিক উপস্থিত হলে ঘঠনাস্থলীত দেখিবলৈ পোৱা যায় মাত্ৰ দুখনহে ডাম্পাৰ । বিবৰন অনুসৰি কৰিমগঞ্জৰ বাজাৰঘাট এলেকাত সাতখনকৈ অবৈধ শিল কঢ়িওৱা ডাম্পাৰ জব্দ কৰা হৈছিল । কোনো ধৰনৰ বৈধ কাগজপাতি নথকাকৈ কাছাৰৰ কালাইনৰ পৰা সাতখন ডাম্পাৰৰে  শিল কঢ়িয়াই অনা হৈছিল । বাজাৰঘাট এলেকাৰ পেট্ৰল ডিপোৰ অচৰ পাওতে কৰিমগঞ্জৰ DFO জাহানুৰ আলিয়ে আটক কৰিছিল ডাম্পাৰ কেইখন । পিছে সেই স্থানৰ পৰাই ৰহস্যজনক ভাবে পাঁচখন ডাম্পাৰ উধাও হৈ যোৱাত স্বভাবতে বন বিভাগৰ ভুমিকাত প্ৰশ্ন উত্থাপিত হৈছে ।

 জানিব পৰা মতে ডাম্পাৰ কেইখনৰ নম্বৰ আছিল যথাক্ৰমে 1) AS 11 CC 6833. 2) AS 11 CC 5922. 3) AS 11 DC 4176. 4) AS 11 DC 0623. 5) AS 11 CC 2521. আৰু নম্বৰ নথকা ডাম্পাৰ আছিল দুখন । ইফালে বন বিভাগৰ লোকক বিষয়টো সন্দৰ্ভত সোধপোছ কৰিলে বনবিভাগৰ ফালৰ পৰা পোৱা নগল কোনো সদোত্তৰ ।

Byte : 1) Forest employee. 2) Local Public .

Date : 04.01.20
সঞ্জীত কৈৰী,পাথাৰকান্দিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.