শিলচৰ,7 জানুৱাৰী : কাছাৰৰ লেবুৰবন্দ এলাকাত বুধবাৰে প্রধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত 30 লাখ টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বৰখলাৰ বিধায়ক কিশোৰ নাথে ৷ এই প্ৰকল্প ৰ জৰিয়তে মৎস্য পালকসকল লাভান্বিত হ’ব বুলি বিধায়ক নাথে জানিবলৈ দিয়ে ৷
আধাৰশিলা কাৰ্যসূচীত উপস্থিত থাকে মীনপালন বিভাগৰ বিষয়া, জিপি সভাপতি ৰঞ্জিত সৰকাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক : কাঠফুলাৰ খেতিৰে স্বাৱলম্বী বকোৰ দুই ভাতৃ