ETV Bharat / state

ৰাজ্যিক ভিত্তিক স্বচ্ছতাই সেৱা প্ৰকল্পৰ অনুষ্ঠানিক উদ্বোধন - শিলচৰ

শিলচৰ বঙ্গ ভবনত ৰাজ্যিক ভিত্তিক স্বচ্ছতাই সেৱা প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷

ৰাজ্যিক ভিত্তিক স্বচ্ছতাই সেৱা প্ৰকল্পৰ অনুষ্ঠানিক উদ্বোধন
author img

By

Published : Sep 12, 2019, 6:33 PM IST

শিলচৰ, 12 চেপ্তেম্বৰঃ 2 অক্টোবৰৰ ভিতৰত সমগ্ৰ দেশতেই প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াসেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাতত লৈছে স্বচ্ছতাই সেৱা প্ৰকল্প ৷ বৃহস্পতিবাৰে শিলচৰ বঙ্গ ভবনত ৰাজ্যিক ভিত্তিক স্বচ্ছতাই সেৱা প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই কথা জনাই জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ প্লাষ্টিক মুক্ত ৰাজ্য গঠনৰ বাবে এই সভাত শপত বাক্য পাঠ কৰাই জনস্বাস্থ্য কৰিকৰী মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ২ অক্টোবৰৰ ভিতৰত সমগ্ৰ ৰাজ্যতে শৌচালয় নিৰ্মাণৰ কাম সমাপ্ত হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, অনুষ্ঠানত উপস্থিত আছিল বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য , বিধায়ক দিলীপ পাল প্ৰমুখকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷

Intro:NEWS Silchar 12September ......Slug:- ৰাজ্য ভিত্তিক স্বচ্ছতাই সেৱা প্ৰকল্পে অনুষ্ঠানিক উদ্বোধন ৷
Body:NEWS Silchar 12September ......Slug:- ৰাজ্য ভিত্তিক স্বচ্ছতাই সেৱা প্ৰকল্পে অনুষ্ঠানিক উদ্বোধন ৷
V/O -: চিপস , মেগিৰ প্লাষ্টিক পেকেট ও বন্ধ হব দেশত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি এই সকল বন্ধ কৰাৰ পদক্ষেপ লই আছে ৷ আহা ২ অক্টোবৰৰ ভিতৰত দেশৰ পৰা প্লাস্টিক মুক্ত কৰাৰ বাবে স্বচ্ছতাই সেৱা প্ৰকল্প গ্ৰহন কৰা হইছে ৷ শিলচৰত এই কথা জনালে জনস্বাস্থ্য কাৰিগৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ বাইট---
আজি শিলচৰ বঙ্গ ভবনত ৰাজ্য ভিত্তিক স্বচ্ছতাই সেবা প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধন কৰিলে দৈমাৰীয়ে ৷ প্লাস্টিক মুক্ত ৰাজ্য গঠনৰ বাবে এদিনৰ সভাত শপথ বাক্য পাঠ কৰালে জনস্বাস্থ্য কৰিগৰি মন্ত্ৰীএ ৷ সভাৰ পাছত মন্ত্ৰী দৈমাৰীএ সংবাদ মাধ্যমক জনালে বাইৰত মলত্যাগ মুক্ত ৰাজ্য হিসাবে গড়ি উঠিছে ৷২ অক্টোবৰৰ ভিতৰত ৰাজ্যত শৌচালয় নিৰ্মাণৰ কাম সমাপ্ত হব ৷বাইট---
অনুষ্ঠানত উপস্থিত আছিলে বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য , বিধায়ক দীলিপ পাল প্ৰমুখ ৷Conclusion:NEWS Silchar 12September ......Slug:- ৰাজ্য ভিত্তিক স্বচ্ছতাই সেৱা প্ৰকল্পে অনুষ্ঠানিক উদ্বোধন ৷
V/O -: চিপস , মেগিৰ প্লাষ্টিক পেকেট ও বন্ধ হব দেশত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি এই সকল বন্ধ কৰাৰ পদক্ষেপ লই আছে ৷ আহা ২ অক্টোবৰৰ ভিতৰত দেশৰ পৰা প্লাস্টিক মুক্ত কৰাৰ বাবে স্বচ্ছতাই সেৱা প্ৰকল্প গ্ৰহন কৰা হইছে ৷ শিলচৰত এই কথা জনালে জনস্বাস্থ্য কাৰিগৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ বাইট---
আজি শিলচৰ বঙ্গ ভবনত ৰাজ্য ভিত্তিক স্বচ্ছতাই সেবা প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধন কৰিলে দৈমাৰীয়ে ৷ প্লাস্টিক মুক্ত ৰাজ্য গঠনৰ বাবে এদিনৰ সভাত শপথ বাক্য পাঠ কৰালে জনস্বাস্থ্য কৰিগৰি মন্ত্ৰীএ ৷ সভাৰ পাছত মন্ত্ৰী দৈমাৰীএ সংবাদ মাধ্যমক জনালে বাইৰত মলত্যাগ মুক্ত ৰাজ্য হিসাবে গড়ি উঠিছে ৷২ অক্টোবৰৰ ভিতৰত ৰাজ্যত শৌচালয় নিৰ্মাণৰ কাম সমাপ্ত হব ৷বাইট---
অনুষ্ঠানত উপস্থিত আছিলে বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য , বিধায়ক দীলিপ পাল প্ৰমুখ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.