ETV Bharat / state

ৰোড শ্ব' পলমকৈ উপস্থিত হিমন্ত বিশ্ব শৰ্মা ! - Rajdeep Roy

পলমকৈ শিলচৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়ৰ হৈ ৰোড শ্ব' অংশগ্ৰহণ কৰিব দলটোৰ স্টাৰ কেম্পেনাইৰ গৰাকী ৷ বিয়লি 4 টাৰ পৰাই হিমন্ত বিশ্বৰ বাবে অপেক্ষাৰত আছিল শতাধিক সমৰ্থক ৷

ৰোড শ্ব' পলমকৈ উপস্থিত হিমন্ত বিশ্ব শৰ্মা, চাওক আমাৰ প্ৰতিবেদন ৷
author img

By

Published : Apr 13, 2019, 9:10 PM IST

  • শিলচৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
  • শিলচৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাজদ্বীপ ৰয়ৰ হৈ ৰোড শ্ব' অংশগ্ৰহণ
  • ইটাখলা খেলপথাৰত আৰম্ভ হৈছে মন্ত্ৰীগৰাকীৰ ৰোড শ্ব'
    ৰোড শ্ব' পলমকৈ উপস্থিত হিমন্ত বিশ্ব শৰ্মা, চাওক আমাৰ প্ৰতিবেদন ৷
  • বিয়লি 4 বজাতে উপস্থিত হোৱাৰ কথা আছিল মন্ত্ৰীগৰাকীৰ
  • হিমন্ত বিশ্ব শৰ্মাৰ বাবে অপেক্ষাৰত আছিল শতাধিক সমৰ্থক

News Silchar 
 আজি শিলচৰত হিমন্ত বিশ্ব শৰ্মা ।শিলচৰৰ ইটখলা খেলপথাৰৰ পৰা এখন ৰেলী ত ভাগ লব তেওঁ ।4 টা বজাত ৰেলী সৰু কৰাৰ কথা আছিলে ।কিন্তু জনসভা থকাৰ কাৰণে এতিয়া আহিপাৱা নাই । বি জি পিৰ কৰ্মকৰ্ত্তৰ লগত ভিৰ কৰিছে কণমানি ও ।সকলে অপেক্ষা কৰিছে কেতিয়া বা আহে হেমন্ত বিশ্ব শৰ্মা ।
Footage ftp 
SlugSilchar Hemonto 1 2
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.