ETV Bharat / state

মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু - হজযাত্ৰী

মক্কাত এক দুৰ্ঘটনাত পতিত হোৱাৰ পাচতেই মৃত্যুক আঁকোৱালি লয় কাছাৰৰ হজযাত্ৰীজনে ৷

মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু
author img

By

Published : Aug 8, 2019, 1:30 PM IST

  • মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু
  • কাছাৰৰ সোণাই হাতিখালৰ বাসিন্দা আজিজুৰ ৰহমান বসৰত আলী লস্কৰৰ মৃত্যু
  • দ্ৰুতবেগী বাহনৰ খুন্দাত আহত হৈ চিকিৎসাধীন হৈ আছিল হজযাত্ৰীজন
  • অৱশেষত চিকিৎসালয়ৰ আই চি ইউ মৃত্যু হয় হজযাত্ৰীজনৰ
  • মৃত্যুৰ সময়ত হজযাত্ৰীগৰাকীৰ বয়স আছিল 80 বছৰ
    ETV BHARAT
    মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু

  • মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু
  • কাছাৰৰ সোণাই হাতিখালৰ বাসিন্দা আজিজুৰ ৰহমান বসৰত আলী লস্কৰৰ মৃত্যু
  • দ্ৰুতবেগী বাহনৰ খুন্দাত আহত হৈ চিকিৎসাধীন হৈ আছিল হজযাত্ৰীজন
  • অৱশেষত চিকিৎসালয়ৰ আই চি ইউ মৃত্যু হয় হজযাত্ৰীজনৰ
  • মৃত্যুৰ সময়ত হজযাত্ৰীগৰাকীৰ বয়স আছিল 80 বছৰ
    ETV BHARAT
    মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু
Intro:News silchar 8August
মক্কাত অসমৰ হজ যাত্ৰীৰ মৃত্যু ৷ মক্কাত পথ দুৰ্ঘটনাত মৃত্যু হৈছে কাছাৰৰ হজযাত্ৰীজনৰ ৷ Body:News silchar 8August
মক্কাত অসমৰ হজ যাত্ৰীৰ মৃত্যু ৷ মক্কাত পথ দুৰ্ঘটনাত মৃত্যু হৈছে কাছাৰৰ হজযাত্ৰীজনৰ ৷ কাছাৰৰ সোনাই হাতিখালৰ বাসিন্দা আজিজুৰ ৰহমান বসৰত আলী লস্কৰ নামৰ হজ যাত্ৰী জনৰ মৃত্যু হৈছে ৷মক্কাৰ পথতত দ্ৰুতবেগী বাহনৰ খুন্দাত আহত হোৱাৰ পিছত পাঁচদিন মক্কাৰ চিকিৎসালয়ৰ ICU ত মৃত্যুত হৈতে যুজ কৰি যোৱা শেষনিঃশ্বাষ ত্যাগ কৰে ৷Conclusion:News silchar 8August
মক্কাত অসমৰ হজ যাত্ৰীৰ মৃত্যু ৷ মক্কাত পথ দুৰ্ঘটনাত মৃত্যু হৈছে কাছাৰৰ হজযাত্ৰীজনৰ ৷ কাছাৰৰ সোনাই হাতিখালৰ বাসিন্দা আজিজুৰ ৰহমান বসৰত আলী লস্কৰ নামৰ হজ যাত্ৰী জনৰ মৃত্যু হৈছে ৷মক্কাৰ পথতত দ্ৰুতবেগী বাহনৰ খুন্দাত আহত হোৱাৰ পিছত পাঁচদিন মক্কাৰ চিকিৎসালয়ৰ ICU ত মৃত্যুত হৈতে যুজ কৰি যোৱা শেষনিঃশ্বাষ ত্যাগ কৰে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.