ETV Bharat / state

বিজেপিৰ দিনতেই সন্ত্ৰাসবাদ বৃদ্ধি পাইছে কাশ্মীৰত : গোলাম নবী আজাদ

শিলচৰত উপস্থিত হৈ বিস্ফোৰক মন্তব্য় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গৰাকীৰ

গোলাম নবী আজাদ
author img

By

Published : Mar 5, 2019, 2:50 PM IST

শিলচৰ, ৫ মাৰ্চঃ দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গোলাম নবী আজাদ । শিলচৰৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি সুস্মিতা দেৱৰ হৈ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্য চলায় । এই প্ৰচাৰ কাৰ্যৰ পিচতেই বিজেপিক সমালোচনা নেতাগৰাকীৰ ।

বিজেপিৰ দিনতেই সন্ত্ৰাসবাদ বৃদ্ধি পাইছে কাশ্মীৰত : গোলাম নবী আজাদ

পাঁচ বছৰ শাসন কালত সম্পূৰ্ণ ৰূপে ব্যৰ্থ বিজেপি তথা এনডিএ চৰকাৰ । মোডী চৰকাৰৰ দিনত নিৱনুৱা সংখ্যা বৃদ্ধি পালে , ক'লাধন অনাৰ ক্ষেত্ৰত ব্যৰ্থ চৰকাৰ, কৃষিৰ লগতে ঔদ্যোগিক স্থাপনৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ বুলি উল্লেখ কৰে ।

ইপিনে কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত নেতাগৰাকীয়ে ক'লে বিজেপিৰ দিনতেই সন্ত্ৰাসবাদ বৃদ্ধি পাইছে কাশ্মীৰত । কংগ্ৰেছৰ দিনত কাশ্মীৰত শান্তি থকাৰ বিপৰীতে সন্ত্ৰাসবাদ নাছিল । কাশ্মীৰত বিজেপিৰ দিনতেই বহু সেনা জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি মন্তব্য কৰে । দেশত বৰ্তমান এতিয়া বেয়া অৱস্থা ।

News Silchar 

দুইদিনৰ সফৰ সূচি লৈ বৰাকত আহিছে কংগ্ৰেছৰ নেতা গোলাম নবী আজাদ ।আজি শিলচৰৰ এটা অনুস্তানত অংশ গ্ৰহণ কৰি সুস্মিতা দেৱৰ কাৰণে ভোট ভিক্ষা কৰে ।লগতে বিজেপিৰ সমালোচনা কৰি দাঙ্গা কৰি দল দল হিচাবেও মত প্ৰকাশ কৰে। তেওঁ কয় ধৰ্ম্ম আর ৰাজনীতি এক কৰিব না লাগে ।
কাশ্মীৰৰ বিষয়ে কয় বিজেপিৰ ৰাজতে বেয়া অৱস্থা হইছে। বহু সেনা জুয়ান শ্বহীদ হৈছে । কংগ্ৰেছৰ সময়ত এলেকা অৱস্থা  হোৱানাই ।
দেশ বৰ্ত্তমান এ বেয়া অৱস্থাতে জাইয়াছে ।
Footage ftp 
Slug Silchar Gulam mobile ajad. 1/2/3/...
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.