ETV Bharat / state

দূৰ্গা পূজা: চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাক লৈ কাছাৰত ব্যাপক প্রভাৱ - মৃতশিল্পী

দূৰ্গা পূজাৰ সন্দৰ্ভত চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাছাৰ জিলাৰ ব্যবসায়িক সন্থা ।

দূৰ্গা পূজা: চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাক লৈ  কাছাৰত ব্যাপক প্রভাব

author img

By

Published : Oct 16, 2020, 8:38 AM IST

শিলচৰ, 16 অক্টোবৰ : দূর্গাপূজা অনুষ্ঠিত কৰা সন্দৰ্ভত চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাক লৈ কাছাৰ জিলাৰ ব্যৱসায়িক মহলত ব্যাপক প্রভাৱ পৰা পৰিলক্ষিত হৈছে । কৰ'ণা মহামাৰীৰ বাবে সমগ্র দেশজুৰি আর্থিক সংকটত পৰা দেখা গৈছে । ইফালে দুর্গাপূজা অনুষ্ঠিত কৰা সন্দৰ্ভত চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ ফলত মৃৎশিল্পীসকলৰ দৈনন্দিন জীৱনত সমস্যাৰ সৃষ্টি কৰিছে । শিলচৰ চহৰৰ বিবেকানন্দ ৰোডত দহ বছৰ ধৰি জিৎ দেবনাথে মৃৎ শিল্পৰ জৰিয়তেই পৰিয়ালটো পোহ পাল দি আহিছে যদিও এতিয়া পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে । নিৰুপাই হৈ পৰিয়ালৰ কথা চিন্তা কৰি শিল্পী গৰাকীয়ে চৰকাৰৰ পৰা সহায়ৰ হাত বিচাৰিছে ।

লগতে পঢ়ক : অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.