ETV Bharat / state

কাছাৰত শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাৰ আধাৰশিলা স্থাপন - কাছাৰত শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাৰ আধাৰশিলা স্থাপন

ঐতিহ্যবাহী শ্রী শ্রী কৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাটো নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা আবণ্টন দিছে ৷

Foundation Stone Laying Ceremony of Cachar
কাছাৰত শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাৰ আধাৰশিলা স্থাপন
author img

By

Published : Jun 23, 2020, 9:54 AM IST

কাছাৰ, 23 জুন : কাছাৰৰ শ্রীকোনা কল্যাণীত সোমবাৰে শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথি শালাৰ আধাৰশিলা স্থাপন কৰে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে । অতিথি শালাৰ আধাৰশিলা স্থাপন কৰি বিধায়ক পালে কয় যে,ঐতিহ্যবাহী শ্রী শ্রী কৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাটো নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা আবণ্টন দিছে ৷ অতিথিশালাৰ নিৰ্মাণ হ'লে বৰাকৰ জনতাৰ এটা দীৰ্ঘদিনৰ দাবী পূৰণ হ'ব ৷ তদুপৰি অতিথিশালাটোৰ পৰা বৰাক আৰু বহিঃৰাজ্যৰ অনেক ভক্ত উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ।

কাছাৰত শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাৰ আধাৰশিলা স্থাপন

লগতে পঢ়ক: গণসংক্ৰমণঃ মঙলবাৰৰ পৰা গুৱাহাটীৰ ৭ টা ৱাৰ্ডত লকডাউন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.