ETV Bharat / state

COVID-19ত আক্ৰান্ত প্ৰাক্তন সাংসদ সুস্মিতা দেৱ

author img

By

Published : Jul 8, 2020, 9:41 PM IST

COVID-19 ত আক্ৰান্ত হৈছে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ ৷ বিগত 7 জুলাইত প্ৰাক্তন সাংসদ গৰাকীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল ৷ বুধাবাৰে তেওঁৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ পিচতে তেওঁক প্ৰেৰণ কৰা হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ ৷

ex mp susmita dev tested covid positive
ex mp susmita dev tested covid positive

শিলচৰ, 8 জুলাইঃ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ আক্ৰান্ত COVID-19ত ৷ সম্প্ৰতি তেওঁক প্ৰেৰণ কৰা হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ ৷ বৰ্তমানলৈ তেওঁৰ ভ্ৰমণ বৃত্তান্তৰ বিষয়ে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ বিগত 7 জুলাইত প্ৰাক্তন সাংসদ গৰাকীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল ৷

COVID-19ত আক্ৰান্ত প্ৰাক্তন সাংসদ সুস্মিতা দেৱ

উল্লেখ্য যে, কিছুদিন পূৰ্বে কাটিগড়াৰ এগৰাকী এছএছবিৰো জোৱান আক্ৰান্ত হৈছিল COVID-19ত ৷ তেওঁৰ সংস্পৰ্শত অহা আটাইকেইগৰাকী লোকৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ৷ স্বাস্থ্য পৰীক্ষাত 7 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷

লগতে পঢ়কঃ বিগত ২৪ ঘণ্টাত দেশত ২২,৭৫২ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.