ETV Bharat / state

কাগজ কল কৰ্মচাৰীৰ পৰিয়ালৰ কাষত থিয় দিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ - সুস্মিতা দেৱ

ক্ৰমাৎ সহায়হীন হৈ পৰা কাগজ কলৰ কৰ্মচাৰীসকলৰ পৰিয়ালক আৰ্থিকভাৱে সহায় আগবঢ়াই জিলা কংগ্ৰেছে ৷

কাগজ কলৰ কৰ্মচাৰীক 1 লাখ টকা আগবঢ়ালে সুস্মিতা দেবে
কাগজ কলৰ কৰ্মচাৰীক 1 লাখ টকা আগবঢ়ালে সুস্মিতা দেবে
author img

By

Published : Jan 22, 2020, 7:33 AM IST

কাছাৰ,21 জানুৱাৰীঃ মঙলবাৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ কাষত থিয় দিলে শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ ৷ ক্ৰমাৎ সহায়হীন হৈ পৰা কাগজ কলৰ কৰ্মচাৰীসকলৰ পৰিয়ালক আৰ্থিকভাৱে সহায় আগবঢ়াই জিলা কংগ্ৰেছে ৷ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে জিলা কংগ্ৰেছৰ সদস্যসকলৰ পৰা অৰ্থ সংগ্ৰহ কৰি শিশুসকলৰ শিক্ষাৰ বাবে 1 লাখ টকা আগবঢ়াই ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে বিগত দিনত কাগজ কলৰ কৰ্মচাৰীসকল তথা তেওঁলোকৰ পৰিয়ালসমূহৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ উত্থাপন কৰি নৰেন্দ্ৰ মোডীৰ ওপৰত সৰৱ হৈ পৰে ৷ ইয়াৰোপৰি সাংবাদিকৰ আগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মিছলীয়া বুলিয়ো মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

কাগজ কলৰ কৰ্মচাৰীক 1 লাখ টকা আগবঢ়ালে সুস্মিতা দেবে

লগতে পঢ়কঃ বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ অনশন

Intro:NEWS Silchar 21Jan. তিনি বছৰৰ পৰা দৰমহা নাই পোৱা কাছাৰ কাগজ কল কৰ্মচাৰী সকলৰ পড়াশোনা বন্ধ হৈ থকা কনকন শিশু সকলৰ সহায়তা কৰিবলৈ আগুৱাই আহিল শিলচৰ জিলা কংগ্ৰেছ। Body:NEWS Silchar 21Jan. তিনি বছৰৰ পৰা দৰমহা নাই পোৱা কাছাৰ কাগজ কল কৰ্মচাৰী সকলৰ পড়াশোনা বন্ধ হৈ থকা কনকন শিশু সকলৰ সহায়তা কৰিবলৈ আগুৱাই আহিল শিলচৰ জিলা কংগ্ৰেছ। তেওঁ লোকে নিজৰ পৰা অৰ্থ সংগ্ৰহ কৰি একলক্ষ টকা সাহায্য প্ৰদান কৰিছে। এই কথা জনাই শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেব এই সৰু সৰু ল'ৰা ছোৱালীৰ পড়াশোনা বন্ধ হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমালোচনা কৰিছে। লগতে চন্দ্ৰমোহন পাঠোয়াৰি মিছলীয়া বুলি কয়। --- বাইটConclusion:NEWS Silchar 21Jan. তিনি বছৰৰ পৰা দৰমহা নাই পোৱা কাছাৰ কাগজ কল কৰ্মচাৰী সকলৰ পড়াশোনা বন্ধ হৈ থকা কনকন শিশু সকলৰ সহায়তা কৰিবলৈ আগুৱাই আহিল শিলচৰ জিলা কংগ্ৰেছ। তেওঁ লোকে নিজৰ পৰা অৰ্থ সংগ্ৰহ কৰি একলক্ষ টকা সাহায্য প্ৰদান কৰিছে। এই কথা জনাই শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেব এই সৰু সৰু ল'ৰা ছোৱালীৰ পড়াশোনা বন্ধ হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমালোচনা কৰিছে। লগতে চন্দ্ৰমোহন পাঠোয়াৰি মিছলীয়া বুলি কয়। --- বাইট

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.