ETV Bharat / state

কাছাৰত জব্দ নিচাজাতীয় ৯৪০০ টা ইৱাব্বা টেবলেট

author img

By

Published : Nov 23, 2019, 8:50 PM IST

কাছাৰত অব্যাহত আছে মণিপুৰৰ পৰা নিচা জাতীয় টেবলেটৰ সৰবৰাহ কাৰ্য ৷ আৰক্ষীৰ অভিযানত জব্দ অনুমানিক 7 লাখ টকাৰ নিচা জাতীয় টেবলেট ৷

কাছাৰত জব্দ নিছাজাতীয় ৯৪০০ টা ইৱাব্বা টেবলেট

কাছাৰ, 23 নৱেম্বৰ: কাছাৰৰ বিভিন্ন ঠাইত অব্যাহত আছে মণিপুৰৰ পৰা নিচা জাতীয় টেবলেটৰ সৰবৰাহ। শনিবাৰে কাছাৰৰ সীমান্ত এলেকাত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট ৷ 9400 টা ইৱাব্বা টেবলেটসহ আটক কৰিবলৈ সক্ষম হয় মণিপুৰৰ জিৰিবাম চহৰৰ বাবুপাৰাৰ জাহাংগীৰ আহমেদ নামৰ এজন লোকক ৷

কাছাৰত জব্দ 7 লাখ টকাৰ নিছা জাতীয় টেবলেট

উদ্ধাৰ হোৱা এই নিচা জাতীয় সামগ্ৰী সমূহৰ আনুমানিক বজাৰ মূল্য হৈছে 7 লাখ টকা ৷ ইতিমধ্যে বিগত সপ্তাহত 6 ৰ পৰা 7 টা কৈ অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

লগতে চাওক-কৃষি কৰ্মৰে স্বাৱলম্বী চাৰিগৰাকী মহিলাৰ কাহিনী

Intro:মণিপুৰৰ পৰা নেষা টেবলেট সৰবৰাহ অব্যাহত আছে কাছাৰৰ বিভিন্ন ঠাইত। আজি আকৌ কাছাৰৰ সীমান্ত এলেকাৰ অসম পুলিচৰ হাতত ধৰা পৰিলে টেবলেট পাচাৰ কৰি ।Body:আজি কাছাৰ জিলাৰ মণিপুৰ সমান্তৰ জিৰিঘাট থানা এলাকাত অভিযান চলাই পুলিচ বুজন পৰিমাণৰ নিষিদ্ধ ইৱাব্বা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মণিপুৰৰ জিৰিবাম চহৰৰ বাবুপাৰাৰ জাহাঙ্গীৰ আহমেদ বুলি এজনক আটক কৰা হৈছে। তেওঁৰ পৰা ৯৪০০ টো ইৱাব্বা টেবলেট উদ্ধাৰ কৰা হয়। তেওঁক আটক কৰা হৈছে।Conclusion:এতিয়া লোকে কয়েক কোটি টকাৰ টেবলেট বাজায়াপ্ত কৰিশে অসম আৰক্ষী।আটক কৰা যুৱক জনৰ নাম যাহাঞিৰ আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.