ETV Bharat / state

কাছাৰৰ জিৰিঘাটত জব্দ ছশ নিচা জাতীয় টেবলেট

author img

By

Published : Jun 20, 2019, 7:57 AM IST

কাছাৰৰ জিৰিঘাটত জব্দ প্ৰায় ছশ নিচা জাতীয় টেবলেট ৷ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

কাছাৰৰ জিৰিঘাটত জব্দ ছশ নিচা জাতীয় টেবলেট

কাছাৰ, 20 জুন : জিৰিঘাট আৰক্ষীৰ নিয়মিত তালাচীত চাৰি পেকেটত উদ্ধাৰ হয় নিচা জাতীয় টেবলেটখিনি ৷ আটকাধীন লোক দুজন জমিল আহমেদ লস্কৰ আৰু ৰুকন আহমেদ লস্কৰ ৷ যুৱক দুজনে টেবলেটখিনি কঢ়িয়াই অনা সময়ত আৰক্ষীয়ে জব্দ কৰে টেবলেটখিনি । বৰ্তমান আৰক্ষীয়ে জমিল আৰু ৰুকনৰ জেৰা অব্যাহত ৰাখিছে ৷

Etv Bharat Assam

Breaking Silchar
কাছাৰৰ জিৰিঘাটত জব্দ চাৰি পেকটত প্ৰায় ছয় শ টা নেশা জাতীয় টেবলেট ৷ লগতে গ্ৰেপ্তাৰ দুজন যুবক ৷  জিৰিঘাট আৰক্ষীৰ ৰুটিন তল্লাসিৰ সময়ত জমিল আহমেদ লস্কৰ আৰু ৰুকন আহমেদ লস্কৰৰ পৰা জব্দ কৰা হয় এই টেবলেট খিনি । জমিল আৰু ৰুকনক  বৰ্তমান আৰক্ষীৰ  জেৰা অব্যাহত ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.